Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2023 Important question in history 1

১। প্ৰাচীন অসমৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হ'ল-

ক) পুষ্যবৰ্মন 
খ) ভাস্কৰ বৰ্মন
গ) ভূতি বৰ্মন
ঘ) বল বৰ্মন
উ: পুষ্যবৰ্মন 

২। অসম চুক্তি স্বাক্ষৰিত হয়-

ক) ১৫ আগষ্ট, ১৯৮৫
খ) ১৫ আগষ্ট, ১৯৮৪
গ) ১৪ আগষ্ট, ১৯৮৫
গ) ১৬ আগষ্ট, ১৯৮৫
উ: ১৫ আগষ্ট, ১৯৮৫

৩। হোমেন বৰগোহাঞিয়ে কোন খন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

ক) হালধীয়া চৰায়ে বাও ধান খায় 
খ) অস্তৰাগ
গ) সুবালা
ঘ) পিতা পুত্ৰ
উ: ঘ) পিতা পুত্ৰ 

৪। আহোম সকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? 
ক) চুকাফা
খ) পুৰন্দৰ সিংহ
গ) ৰুদ্ৰসিংহ
ঘ) চন্দ্রকান্ত সিংহ
উ: খ) পুৰন্দৰ সিংহ 

৫। তলৰ কোনখন দেশত দ্বি-দলীয় ব্যৱস্থা আছে? 

ক) আমেৰিকা যুক্তৰাষ্ট্ৰ
খ) ভাৰতবৰ্ষ
গ) বাংলাদেশ
ঘ) চীন
উ: ক) আমেৰিকা যুক্তৰাষ্ট্ৰ

৬। লোকসভাৰ বৰ্তমান অধ্যক্ষ কোন? 

ক) সুমিত্রা মহাজন
খ) ভেংকায়া নাইডু
গ) ঔম বিৰলা
ঘ) প্ৰমোদ মহাজন
উ: ঔম বিৰলা 

৭। NABARD  কেতিয়া গঠন কৰা হৈছিল? 
ক) ১৯৮০
খ) ১৯৮১
গ) ১৯৮২
ঘ) ১৯৮৩
উ: গ) ১৯৮২

৮। নেডফিৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত? 

ক) শ্বিলং
খ) গুৱাহাটী
গ) ইম্ফল
ঘ) ডিমাপুৰ
উ: খ) গুৱাহাটী 

৯। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা-
ক) ৫
খ) ৬
গ) ৭
ঘ) ১০
উ: ঘ) ১০

১০। তলৰ কোনটো মৌলিক অধিকাৰ নহয়? 

ক) সমতাৰ অধিকাৰ
খ) স্বতন্ত্রতাৰ অধিকাৰ
গ) সম্পত্তিৰ অধিকাৰ
ঘ) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
উ: গ) সম্পত্তিৰ অধিকাৰ

১১। বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ'ল-

ক) ০.০৩ শতাংশ
খ) ০.০৩৬ শতাংশ
গ) ০.০২ শতাংশ
ঘ) ০.০১ শতাংশ
উ: খ) ০.০৩৬ শতাংশ 

১২। অসমৰ ৰাজ্যসভাৰ আসন কিমান? 

ক) ৭ খন
খ) ১৪ খন
গ) ১২৬ খন
ঘ) ৮ খন
উ: ক) ৭ খন

১৩। ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দটো কেতিয়া সন্নিৱিষ্ট কৰা হৈছিল? 

ক) ১৯৭৫
খ) ১৯৭৬
গ) ১৯৭৭
ঘ) ১৯৭৮
উ: খ) ১৯৭৬

Comments