Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
(১) ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।
(২) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া নাম কি?
উত্তৰ : ৰঞ্জন গগৈ ৷
(৩) প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা কৰোতা ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
(৪) ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ: সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই ৷
(৫) প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া ?
উত্তৰ : আনন্দৰাম বৰুৱা।
(৬) অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া ?
উত্তৰ : ড° টালিমেৰেণ আও ৷
(৭) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।
(৮) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।
(৯) সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।
(১০) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল ?
উত্তৰ : হলিৰাম ডেকা।
(১১) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল
উত্তৰ : বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত।
(১২) পি এইচ ডি লাভ কৰা প্ৰথমজন অসমীয়া নাম কি ?
উত্তৰ : মঃ ময়িদুল ইছলাম বৰা ৷
(১৩) স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰ: গোপীনাথ বৰদলৈ ৷
(১৪) ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : গোপীনাথ বৰদলৈ ৷
(১৫) অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন) ৷
- Get link
- X
- Other Apps
Comments
Popular Posts
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Thank you.
ReplyDelete