Assam Direct Recruitment - 2024 Important question in India -2.3
১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল?
A. ৰাজ্যমতী
B. ভানুমতী
C. অমৃতপ্ৰভা
D. ইন্দুমতী
ANS: অমৃতপ্ৰভা
২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল?
A. নৰনাৰায়ণ
B. ৰুদ্ৰসিংহ
C. শিৱসিংহ
D. কুমাৰ ভাস্কৰ বৰ্মন
ANS: কুমাৰ ভাস্কৰ বৰ্মন
৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল?
A. চুকাফা
B. শিৱসিংহ
C. চুহুংমুহুং
D. কুমাৰ ভাস্কৰ বৰ্মন
ANS: কুমাৰ ভাস্কৰ বৰ্মন
৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়?
A. বৰ্মন বংশ
B. আহোম বংশ
C. বড়ো বংশ
D. ৰাভা বংশ
ANS: বৰ্মন বংশ
৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
A. পুষ্য বৰ্মণ
B. সমুদ্ৰ বৰ্মণ
C. বলবৰ্মণ
D. ভাস্কৰ বৰ্মণ
ANS: পুষ্য বৰ্মণ
৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল?
A. শশাংক
B. হংসবেগ
C. গ্ৰহবৰ্মণ
D. দেৱগুপ্ত
ANS: হংসবেগ
৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল?
A. প্ৰাগজৌতিষপুৰ
B. কামৰূপ নগৰ
C. কৰ্ণসুবৰ্ণ
D. কমতাপুৰ
ANS: কৰ্ণসুবৰ্ণ
Comments
Post a Comment