Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2023 Important question Assam -1
1. তলৰ কোনটো আয়ােগে ৰাজ্যসমূহৰ উপযুক্ত ইণ্টাৰমেডিয়েট কলেজ স্থাপনৰ পৰামর্শ দিছিল?
(ক) কোঠাৰী আয়ােগ।
(খ) ১৯৭২ চনৰ আন্তর্জাতিক শিক্ষা আয়ােগ।
(গ) ১৯৯২ চনৰ নতুন শিক্ষানীতি।
(ঘ) বিশ্ববিদ্যালয় শিক্ষা আয়ােগ।
উত্তৰ:(ঘ) বিশ্ববিদ্যালয় শিক্ষা আয়ােগ।
2. তলৰ কোনটো শিক্ষানীতিয়ে মুক্ত বিশ্ববিদ্যালয় আৰু দূৰ শিক্ষাৰ প্রৱর্তনৰ অনুমােদন জনাইছিল ?
(ক) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
(খ) ১৯৭২ চনৰ আন্তর্জাতিক শিক্ষা আয়ােগ।
(গ) ১৯৯২ চনৰ নতুন শিক্ষানীতি।
(ঘ) বিশ্ববিদ্যালয় অনুদান আয়ােগ।
উত্তৰ: (ক) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
3. কোনটো আয়ােগে প্রাথমিক স্কুলৰ ছাত্ৰ-ছাত্ৰীক বিনামুলীয়া কিতাপ আৰু আচবাব যােগানৰ পৰামৰ্শ দিছিল ।
(ক) কোঠাৰী আয়ােগ
(খ) মুদালিয়াৰ আয়ােগ
(গ) ১৯৯২ চনৰ শিক্ষানীতি ।
(ঘ) তাৰাচান্দ কমিটি
উত্তৰ:(খ) মুদালিয়াৰ আয়ােগ
4. সকলাে শ্রেণীৰ ব্যক্তিলৈ মাধ্যমিক শিক্ষা সম্প্ৰসাৰণত গুৰুত্ব দিছিল ~~~
(ক) কোঠাৰী আয়ােগে।
(খ) মুদালিয়াৰ আয়ােগে।
(গ) ১৯৯২ চনৰ শিক্ষানীতিয়ে।
(ঘ) ওপৰৰ কোনটোৱেই নহয় ।
উত্তৰ: (ঘ) ওপৰৰ কোনটোৱেই নহয় ।
5. অলপতে বিশ্ববেংক ৫০০ মিলিয়ন ডলাৰ ধাৰ দিছিল। কিহৰ বাবে ?
(ক) প্রাথমিক শিক্ষা
(খ) মাধ্যমিক শিক্ষা।
(গ) উচ্চ শিক্ষা
(ঘ) ওপৰৰ কোনটোৱেই নহয়।
উত্তৰ:(খ) মাধ্যমিক শিক্ষা।
6. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ পূর্বে অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব লৈছিল~~~
(ক) কলিকতা বিশ্ববিদ্যালয়ে
(খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়ে
(গ) মাদ্রাজ বিশ্ববিদ্যালয়ে
(ঘ) পুনে বিশ্ববিদ্যালয়ে।
উত্তৰ: (ক) কলিকতা বিশ্ববিদ্যালয়ে
7. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ পূর্বে অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব লৈছিল~~~
(ক) কলিকতা বিশ্ববিদ্যালয়ে
(খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়ে
(গ) মাদ্রাজ বিশ্ববিদ্যালয়ে।
(ঘ) পুনে বিশ্ববিদ্যালয়ে।
উত্তৰ:(ক) কলিকতা বিশ্ববিদ্যালয়ে
8. পৰীক্ষা পৰিচালনাৰ বাবে অসমত ৰাজ্যিক শিক্ষা সংস্থা গঠন হৈছিল~~~
(ক) ১৯৬২ চনত
(খ) ১৯৬০ চনত
(গ) ১৯৬৭ চনত
(ঘ) ১৯৮০ চনত
উত্তৰ:(ক) ১৯৬২ চনত
9. বর্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা কৰে ~~~
(ক) অসম মাধ্যমিক শিক্ষা পৰিষদে।
(খ) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
(গ) ৰাজ্যিক শিক্ষা সংস্থাই।
(ঘ) ওপৰৰ কোনােটোৱেই নহয়।
উত্তৰ: (ক) অসম মাধ্যমিক শিক্ষা পৰিষদে।
10. কোঠাৰী আয়ােগ গঠন হৈছিল—
(ক) ১৯৬৪ চনত
(খ) ১৯৬০ চনত
(গ) ১৯৭৫ চনত
(ঘ) ১৯৭২ চনত
উত্তৰ:(ক) ১৯৬৪ চনত
11. মাধ্যমিক শিক্ষাত কৰ্ম অভিজ্ঞতা এটি বিষয় হিচাপে লবলৈ পৰামর্শ দিছিল-
(ক) কোঠাৰী আয়োগে ।
(খ) মাধ্যমিক শিক্ষা আয়োগে ।
(গ) ডেটী আয়োগে ।
(ঘ) ওপৰৰ কোনোটোৱেই নহয় ।
উত্তৰঃ (ক) কোঠাৰী আয়োগে ।
12. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন হয়-
(ক) ১৯৮৪ চনত
(খ) ১৯৮৫ চনত
(গ) ১৯৮০ চনত
(ঘ) ওপৰৰ কোনোটোৱেই নহয় ।
উত্তৰঃ (ক) ১৯৮৪ চনত
13. অসম মাধ্যমিক শিক্ষা আইন প্ৰৱৰ্তন হৈছিল
(ক) ১৯৬০ চনত
(খ) ১৯৬১ চনত
(গ) ১৯৬৩ চনত
(ঘ) ওপৰৰ কোনোটোৱেই নহয় ।
উত্তৰঃ (খ) ১৯৬১ চনত
14. তলৰ কোনটো অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা নহয় ?
(ক) ঠেক গণ্ডীৰ পাঠ্যক্রম
(খ) পৰীক্ষা ব্যৱস্থাৰ ক্ৰূটি
(গ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ
(ঘ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ আধিক্য।
উত্তৰঃ (ঘ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ আধিক্য।
15. অসম ৰাজ্যিক স্ত্রী শিক্ষা পৰিষদ গঠন হয়—
(ক) ১৯৬৩ চনত
(খ) ১৯৬০ চনত
(গ) ১৯৫০ চনত
(ঘ) ১৯৪৭ চত
উত্তৰঃ (ক) ১৯৬৩ চনত
16. তলৰ কোনটো অসম ৰাজ্যিক স্ত্রী শিক্ষা পৰিষদৰ পৰামৰ্শ নহয় ?
(ক) ছােৱালীৰ বাবে মাধ্যমিক স্তৰত সুকীয়া বিদ্যালয়।
(খ) উচ্চ শিক্ষাৰ বাবে ছােৱালীক বৃত্তি প্রদান।
(গ) মহিলা স্কুল পৰিদৰ্শন নিযুক্তি দিয়া
(ঘ) মহিলা শিক্ষামন্ত্রী নিযুক্তি দিয়া।
উত্তৰঃ (ঘ) মহিলা শিক্ষামন্ত্রী নিযুক্তি দিয়া।
17.১৯৫৩ চনৰ মাধ্যমিক শিক্ষা আয়ােগে কিমানটা লক্ষ্য নির্ধাৰণ কৰিছিল ?
(ক) ছয়টা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) পাঁচটা
উত্তৰঃ (গ) চাৰিটা
18. এজন শিক্ষিত ব্যক্তি হ’ল—
(ক) নৈতিক ব্যক্তি
(খ) মেট্রিকত উত্তীর্ণ ব্যক্তি
(গ) স্নাতক ডিগ্রীধাৰী
(ঘ) স্নাতকোত্তৰ ডিগ্ৰীধাৰী
উত্তৰ: উত্তৰঃ (ক) নৈতিক ব্যক্তি
19. তলৰ কোনটো কমিটিয়ে নিম্নস্তৰত ফেডাৰেল ভাষা ব্যৱহাৰৰ (পােষকতা কৰিছিল ?
(ক) তাৰাচান্দ কমিটিয়ে
(খ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
(গ) কোঠাৰী আয়ােগ
(ঘ) মুদালিয়াৰ আযোগ
উত্তৰঃ (ক) তাৰাচান্দ কমিটিয়ে
20. কোনটো আয়ােগে মাধ্যমিক স্তৰত দুবছৰীয়া সাধাৰণ শিক্ষা বা একৰ পৰা তিনি বছৰৰ বৃত্তিমুখি শিক্ষাৰ পৰামর্শ দিছিল?
(ক) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
(খ) মাধ্যমিক শিক্ষা আয়োগ।।
(গ) কোঠাৰী আয়ােগ।
(ঘ) মুদালিয়াৰ আয়োগ
উত্তৰঃ (গ) কোঠাৰী আয়ােগ।
21. কোনে নবােদয় বিদ্যালয় স্থাপনৰ পৰামর্শ দিছিল?
(ক) কোঠাৰী আয়ােগ।
(খ) তাৰাচান্দ আয়ােগ
(গ) মুদালিয়াৰ আয়ােগ
(ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
উত্তৰঃ (ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
22. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশােধনীৰ লগত সম্পর্কিত?
(ক) ৩৪৩ অনুচ্ছেদ
(খ) ৩৬৮ অনুচ্ছেদ
(গ) ৩৭০ অনুচ্ছেদ
(ঘ) ৩৭২ অনুচ্ছেদ
উত্তৰঃ (খ) ৩৬৮ অনুচ্ছেদ
23. ভাৰতবৰ্ষত সংবিধান সংশােধনৰ কর্তৃত্ব -
(ক) ৰাজ্যৰ
(খ) কেন্দ্রৰ
(গ) জনসাধাৰণ
(ঘ) ৰাজ্য আৰু কেন্দ্র
উত্তৰঃ (খ) কেন্দ্রৰ
24. ভাৰতীয় সংবিধানত সংবিধান সংশােধনীৰ কিমানটা পদ্ধতি আছে?
(ক) ৫ টা
(খ) ৪ টা
(গ) ১ টা।
(ঘ) ৩ টা
উত্তৰঃ (ঘ) ৩ টা
25. তলৰ কোনটো উক্তি সত্য? (ক) ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন সংবিধান।
(খ) ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ নমনীয় সংবিধান।
(গ) ভাৰতীয় সংবিধানখন কঠিন আৰু নমনীয়তাৰ সংমিশ্রণ
(ঘ) সাধাৰণ আইন প্রণয়ন কৰি ভাৰতীয় সংবিধান সংশােধন কৰিব পাৰি।
উত্তৰঃ (গ) ভাৰতীয় সংবিধানখন কঠিন আৰু নমনীয়তাৰ সংমিশ্রণ
26. ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ বিষয়টো তলৰ কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে ?
(ক) ৰুছিয়াৰ সংবিধান
(খ) কানাডাৰ সংবিধান ।
(গ) ব্রিটিছ সংবিধান।
(ঘ) আমেৰিকাৰ সংবিধান
উত্তৰঃ (ঘ) আমেৰিকাৰ সংবিধান
27. নাগৰিকৰ মৌলিক অধিকাৰসমূহ আছে--
(ক) সংবিধানৰ চতুর্থ অংশত
(খ) সংবিধানৰ তৃতীয় অংশত
(গ) সংবিধানৰ দ্বিতীয় অংশত
(ঘ) সংবিধানৰ প্রথম অংশত
উত্তৰঃ (খ) সংবিধানৰ তৃতীয় অংশত
28. মৌলিক অধিকাৰ সম্পর্কে সিদ্ধান্ত কৰিবলৈ সংবিধান সভাই নিয়ােগ কৰা সমিতিৰ মুৰব্বী আছিল—
(ক) ৰাজেন্দ্র প্রসাদ
(খ) বি. আৰ. আম্বেদকাৰ
(গ) জৱাহৰলাল নেহৰু
(ঘ) চৰ্দাৰ বল্লভ ভাই পেটেল
উত্তৰঃ (ঘ) চৰ্দাৰ বল্লভ ভাই পেটেল
29. ভাৰতীয় সংবিধান অনুসৰি নাগৰিকৰ মৌলিক অধিকাৰৰ সংখ্যা—
(ক) ৮ টা
(খ) ১১ টা
(গ) ৬ টা
(ঘ) ৯ টা
উত্তৰঃ (গ) ৬ টা
30. ভাৰতৰ সংবিধানৰ কোনটো সংশােধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে?
(ক) ৪২ তম সংশােধনী
(খ) ৪৪ তম সংশােধনী
(গ) ৪৫ তম সংশােধনী
(ঘ) ৪৩ তম সংশােধনী
উত্তৰঃ (খ) ৪৪ তম সংশােধনী
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment