Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2023 Important question in General Science -2

1.প্ৰশ্ন:আটাইতকৈ সৰল প্ৰ'টিন কি?

উত্তৰ:- গ্ৰাইচিন।


2.প্ৰশ্ন:যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?

উত্তৰ:- টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।


3.প্ৰশ্ন:কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায়?

উত্তৰ:- ফচফৰাচ্।


4.প্ৰশ্ন:মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে?

উত্তৰ:- ১৩ বিধ।


5.প্ৰশ্ন:পোহৰৰ গতিবেগ কিমান?

উত্তৰ:- ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।


6.প্ৰশ্ন:আপেক্ষিকবাদ মতবাদৰ জনক কোন?

উত্তৰ:- এলবাৰ্ট আইনষ্টাইন।


7.প্ৰশ্ন:গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয়?

উত্তৰ:- উত্তল দাপোণ।


8.প্ৰশ্ন:পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয়?

উত্তৰ:- বাৰুদ বনোৱাৰ বাবে।


9.প্ৰশ্ন:লুমেন কিহৰ একক?

উত্তৰ:- জ্যোতি তীব্ৰতা।


10.প্ৰশ্ন:কেচুৰ চকু কেইটা?

উত্তৰ:- কেচুৰ চকু নাই।


11.প্ৰশ্ন:'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল?

উত্তৰ:- এছ. চন্দ্ৰশেখৰ।


12.প্ৰশ্ন:মৰিচিকা হোৱাৰ কাৰণ কি?

উত্তৰ:- আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।


13.প্ৰশ্ন:সকলোতকৈ দহনশিল গেছ কি?

উত্তৰ:- হাইড্ৰ'জেন।


14.প্ৰশ্ন:কি ধাতু তৰল অৱস্হাত থাকে?

উত্তৰ:- পাৰা।


15.প্ৰশ্ন:ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি?

উত্তৰ:- জে. জে. থমচন।


16.প্ৰশ্ন:আটাইতকৈ কোমল ধাতু বিধৰ নাম কি?

উত্তৰ:- লিথিয়াম।


17.প্ৰশ্ন:ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি?

উত্তৰ:- ‍অপ্সাৰা।


18.প্ৰশ্ন:আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন?

উত্তৰ:- এণ্টানি লেভয়চিয়াৰ।


19.প্ৰশ্ন:পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে?

উত্তৰ:- দাঁত।


20.প্ৰশ্ন:সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি?

উত্তৰ:- লো। 

Comments