Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2023 Important question Assam -6
1. ভাৰবেগৰ একক কি ?
(ক) কি.গ্রা. মি / ছে
(খ) কি.গ্রা / মি.ছে
(ঘ) কি.গ্রা. মি / ছে²
(খ) কি.গ্রা. মি² / ছে
উত্তৰঃ (ক) কি.গ্রা. মি / ছে ।
2. কোনটো শুদ্ধ ?
(ক) শব্দ তৰংগ অনুপ্রস্থ
(খ) পােহৰ তৰংগ অনুপ্রস্থ
(গ) বায়ুশূন্য মাধ্যমৰ মাজেদি পােহৰ যাব নােৱাৰে
(ঘ) বায়ুশূন্য মাধ্যমৰ মাজেদি শব্দ যাব পাৰে
উত্তৰঃ (খ) পােহৰ তৰংগ অনুপ্রস্থ ।
3. কি কম্পনাংক পৰিসৰৰ শব্দ শ্রাব্য ?
(ক) 20 হার্টজৰ পৰা 20 কিল’হার্টজ
(খ) 20 হার্টজৰ পৰা 2000 হার্টজ
(গ) 2০০ হার্টজৰপৰা 20 কিলােহার্টজ
(ঘ) 200 হার্টজৰপৰা 20০ কিল’হার্টজ
উত্তৰঃ (ক) 20 হার্টজৰ পৰা 20 কিল’হার্টজ ।
4. হাড়ৰপৰা কি মৌল পােৱা যায় ?
(ক) চডিয়াম
(খ) ফছফৰাছ
(গ) কার্বন
(ঘ) চালফাৰ
উত্তৰঃ (খ) ফছফৰাছ ।
5. পানীৰ তলত থকা মাছ এটা যিমান তলত আছে তাতকৈ কম তলত থকা যেন কিয় লাগে ?
(ক) পানী লেতেৰা হােৱা কাৰণে
(খ) আভ্যন্তৰীণ পূর্ণ প্রতিফলনৰ কাৰণে
(গ) পানীৰ পৃষ্ঠত হােৱা প্রতিফলনৰ কাৰণে
(ঘ) ঘন মাধ্যম পানীৰপৰা পাতল মাধ্যম বায়ুলৈ হােৱা প্রতিসৰণৰ কাৰণে
উত্তৰঃ (ঘ) ঘন মাধ্যম পানীৰপৰা পাতল মাধ্যম বায়ুলৈ হােৱা প্রতিসৰণৰ কাৰণে ।
6. এটা বিন্দুৰপৰা আন এটা বিন্দুলৈ এক কুলম্ব আধান এটা নিওতে যদি এক জুল কাৰ্য্য কৰিব লাগে তেনেহলে বিন্দু দুটাৰ মাজত বিভবান্তৰ কিমান ?
(ক) এক মিলিভ’ল্ট
(খ) এক ভ’ল্ট
(গ) এক ৱাট
(ঘ) এক কিল'ৱাট
উত্তৰঃ (খ) এক ভ’ল্ট ।
7. তলৰ কোনখন ৰাজ্যৰ চাৰিসীমা আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ সৈতে নির্ধাৰিত কৰিছে?
(ক) মধ্য প্রদেশ
(খ) মহাৰাষ্ট্র
(গ) অসম
(ঘ) বিহাৰ
উত্তৰঃ (গ) অসম ।
8. ভাক্ৰা-নাঙল বান্ধটো কোনখন নদীৰ ওপৰত আছে ?
(ক) চটলুজ
(খ) ৰবি
(গ) ঝেলাম
(ঘ) চেনাব
উত্তৰঃ (ক) চটলুজ ।
9. তলৰ কোনবিধ আটাইতকৈ বেছি জলসিঞ্চনৰ উৎস ?
(ক) পুখুৰী।
(খ) দমকল
(গ) খাল।
(ঘ) বান্ধ
উত্তৰঃ (ঘ) বান্ধ ।
10. উদয় আৰু অস্ত যােৱা সময়ত সূৰ্যটো কিয় ৰঙা দেখি ?
(ক) বায়ুৰ মাজেদি দীঘলীয়া পথ অতিক্রম কৰােতে ৰঙা ৰঙৰ বাহিৰে বাকী ৰঙৰ ৰশ্মিবােৰ গতিপথৰপৰা ওলাই যায়।
(খ) সেই সময়ত সূৰ্য্যৰ পৰা অকল ৰঙা ৰশ্মিহে ওলায়।
(গ) সেই সময়ত সূৰ্যটো মেঘে আংশিকভাৱে ঢাকি ৰাখে।
(ঘ) প্রতিসৰণৰ বাবে।
উত্তৰঃ (ক) বায়ুৰ মাজেদি দীঘলীয়া পথ অতিক্রম কৰােতে ৰঙা ৰঙৰ বাহিৰে বাকী ৰঙৰ ৰশ্মিবােৰ গতিপথৰপৰা ওলাই যায়।
11. বস্তু এটাৰ কম্পন (দোলন) প্রতি ছেকেণ্ডত 10 বাৰকৈ হ'লে পৰ্য্যায় কাল কিমান ছেকেণ্ড?
(ক) 0.1
(খ) 0.01
(গ) 1
(ঘ) 10
উত্তৰঃ (ক) 0.1
12. সৰল দোলক এটাৰ দোলন কাল 2 ছেকেণ্ড, দোলকটোৱে এক ছেকেণ্ডত কেইটা দোলন সম্পূর্ণ কৰে ?
(ক) 2
(খ) 1
(গ) 0.5
(ঘ) 0.2
উত্তৰঃ (গ) 0.5
13. তলত দিয়া কোনটো উক্তি ভুল
(ক) যান্ত্রিক তৰংগ সঞ্চালনৰ বাবে মাধ্যমৰ প্রয়ােজন
(খ) যান্ত্রিক তৰগংই শক্তি কঢ়িয়ায়
(গ) যান্ত্রিক তৰংগই ভৰবেগ কঢ়িয়ায়
(ঘ) যান্ত্রিক তৰগংৰ দ্রুতি উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে
উত্তৰঃ (ঘ) যান্ত্রিক তৰগংৰ দ্রুতি উৎসৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে ।
14. বৰফৰ গলনাংক কিমান?
(ক) 0K
(খ) 100K
(গ) -100K
(ঘ) 273K
উত্তৰঃ (ঘ) 273K
15. উষ্ণতাত কেলভিন স্কেল (K) আৰু চেলচিয়াছ (c) স্কেলৰ মাজত সম্পর্ক কি ?
(ক) K = 273+C
(খ) C= K+ 273
(গ) C= K
(ঘ) K= 273-C
উত্তৰঃ (ক) K = 273+C
16. শব্দ তৰংগ ----
(ক) বায়ুৰ মাজেদি সর্বোচ্চ বেগত গতি কৰে ।
(খ) পানীতকৈ লােৰ মাজেদি অধিক বেগত গতি কৰে।
(গ) বায়ুশূন্য মাধ্যমৰ মাজেদি সঞ্চালিত হয়।
(ঘ) অনুপ্রস্থ ।
উত্তৰঃ (খ) পানীতকৈ লােৰ মাজেদি অধিক বেগত গতি কৰে।
17. 1975 চনৰ 19 এপ্রিলত উৎক্ষেপন কৰা ভাৰতৰ প্রথম মহাকাশযানখনৰ নাম কি ?
(ক) আৰ্য্য ভট্ট
(খ) ভাস্কৰ
(গ) বােহিণী
(ঘ) ইনছাট
উত্তৰঃ (ক) আৰ্য্য ভট্ট ।
18. চন্দ্ৰত খােজ পেলােৱা প্রথম মহাকাশচাৰীজন কোন?
(ক) ইউৰি গাগাৰিন
(খ) ভেলেন্টিনা টেৰেস্ক 'ভা
(গ) এলেক্সি লিঅ'ভ
(ঘ) নিল আমষ্ট্রং
উত্তৰঃ (ঘ) নিল আমষ্ট্রং ।
19. প্রথম মহাকাশ পৰীক্ষাগাৰ (Skylab-1) কেতিয়া উৎক্ষেপন কৰা হৈছিল ?
(ক) মে 1973
(খ) অক্টোবৰ 1973
(গ) মে 1975
(ঘ) অক্টোবৰ 1978
উত্তৰঃ (ক) মে 1973
20. পুনঃ পুনঃ ব্যৱহাৰ কৰিব পৰা প্রথম মহাকাশ যানখনৰ (Space Shuttle) নাম কি?
(ক) ডিক্স’ভাৰি
(খ) কেনেডি
(গ) কলম্বিয়া
(ঘ) এক্সপ্ল'ৰাৰ
উত্তৰঃ (গ) কলম্বিয়া ।
21. আৰ্য্যভট্ট মহাকাশযানখন কত নির্মাণ কৰা হৈছিল ?
(ক) Trivandrum
(খ) Peenya
(গ) Thumba
(ঘ) এইবােৰ নহয়।
উত্তৰঃ (খ) Peenya .
22. শুক্র গ্রহত অৱতৰণ কৰা প্রথম মানৱবিহীন মহাকাশযান কোনখন ?
(ক) ভেনাছ - II
(খ) পাইয়’নিয়াৰ - I
(গ) ইনচাট
(ঘ) এপ’লাে
উত্তৰঃ (ক) ভেনাছ - II
23. ৰামধেনু কিয় দেখা যায়?
(ক) কিনকিনিয়া বৰষুণৰ সময়ত পুৱা বা আবেলি পৰত বৰষুণৰ টোপালত ঘটা আভ্যন্তৰীণ পূর্ণ প্রতিফলনৰ কাৰণে
(খ) বৰষুণৰ টোপালে সূৰ্য্যৰ ৰশ্মি প্রতিফলিত কৰা কাৰণে
(গ) সেমেকা বায়ুত সূৰ্য্যৰ ৰশ্মি প্রতিসৰিত হােৱা কাৰণে
(ঘ) সূৰ্য্যক আংশিকভাৱে মেঘে ঢাকি ৰখা বাবে
উত্তৰঃ (ক) কিনকিনিয়া বৰষুণৰ সময়ত পুৱা বা আবেলি পৰত বৰষুণৰ টোপালত ঘটা আভ্যন্তৰীণ পূর্ণ প্রতিফলনৰ কাৰণে ।
24. সমান কম্পনাংক আৰু সমান বেগৰ দুটা তৰংগৰ তৰংগ দৈর্ঘ্য যথাক্রমে λ1 আৰু λ2 হলে
(ক) λ1 = λ2
(খ) λ1 > λ2
(গ) λ1 আৰু λ2 মাজত তুলনা নহয়
উত্তৰঃ (ক) λ1 = λ2
25. অনুপ্রস্থ তৰংগৰ দুটা নিকটতম তৰংগ শীৰ্ষৰ মাজত দূৰত্ব কিমান?
(ক) λ
(খ) λ/2
(গ) 2λ
(ঘ) λ/4
উত্তৰঃ (ক) λ
26. অনুদৈর্ঘ্য তৰংগৰ দুটা নিকটতম সংনমনৰ মাজত দূৰত্ব কিমান?
(ক) λ
(খ) λ/2
(গ) 2λ
(ঘ) λ/4
উত্তৰঃ (ক) λ
27. অনুদৈর্ঘ্য তৰংগৰ সংনমন স্থানত মাধ্যমৰ ঘনত্ব ---
(ক) একে থাকে
(খ) বাঢ়ি সর্বোচ্চ হয়
(গ) কমি সর্বনিম্ন হয়
(ঘ) কম বা বেছি হব পাৰে
উত্তৰঃ (খ) বাঢ়ি সর্বোচ্চ হয় ।
28. তলত দিয়া কোনখন মহাকাশযান আনবােৰতকৈ বেলেগ ?
(ক) স্পুটনিক
(খ) সয়ুজ
(গ) এপ’লাে
(ঘ) কলাম্বিয়া
উত্তৰঃ (ঘ) কলাম্বিয়া ।
29. কোনখন মহাকাশযান (Space Shutle) মাজ
আকাশত জ্বলি যােৱাৰ ফলত মহাকাশচাৰী কল্পনা চাওলাৰ মৃত্যু হৈছিল ?
(ক) ডিস্কভাৰি
(খ) কলাম্বিয়া
(গ) লুন’খ’ড
(ঘ) ভাস্কৰ।
উত্তৰঃ (খ) কলাম্বিয়া ।
30. ভূস্থিৰ উপগ্ৰহৰ উচ্চতা ভূ-পৃষ্ঠৰপৰা কিমান ?
(ক) 360 কি.মি
(খ) 3600 কি.মি
(গ) 36000 কি.মি
(ঘ) নিৰ্ধাৰিত উচ্চতা নাই
উত্তৰঃ (গ) 36000 কি.মি. ।
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment