Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2023 Important question Assam -8
1. জনার্ধন ৰেড্ডী কমিটিৰ অধ্যক্ষ আছিল—
(ক) জনার্ধন ৰেড্ডী
(খ) ৰামমূর্তি
(গ) অজিত ৰেড্ডী
(ঘ) ওপৰৰ কোনােটোৱেই নহয়
উত্তৰঃ (ক) জনার্ধন ৰেড্ডী ।
2. মাধ্যমিক শিক্ষা আয়ােগৰ প্রতিবেদন দাখিল কৰিছিল --
(ক) ১৯৫৩ চনত
(খ) ১৯৫২ চনত
(গ) ১৯৫১ চনত
(ঘ) ১৯৬৫ চনত
উত্তৰঃ (ক) ১৯৫৩ চনত ।
3. মাধ্যমিক শিক্ষা আয়ােগে দাখিল কৰা প্রতিবেদনত উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ দোষসমূহৰ কোনটো ভরে।
(ক) পাঠ্যক্ৰম আছিল জীৱন বিচ্ছিন্ন।
(গ) পৰীক্ষা প্রাধান্য।
(খ) ইংৰাজী ভাষাৰ প্রাধান্য আছিল।
(ঘ) আঞ্চলিক ভাষাৰ প্রাধান্য।
উত্তৰঃ (ঘ) আঞ্চলিক ভাষাৰ প্রাধান্য।
4. তলৰ কোনটো মাধ্যমিক শিক্ষাৰ লক্ষ্য নহয় ?
(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন।
(খ)নেতৃত্বৰ শিক্ষা।
(গ) ব্যক্তিত্বৰ বিকাশ।
(ঘ) অর্থ লাভৰ শিক্ষা।
উত্তৰঃ (ঘ) অর্থ লাভৰ শিক্ষা।
5. তলৰ কোনটো মাধ্যমিক শিক্ষা আয়ােগে আগবঢ়োৱা নতুন সাংগঠনিক শিক্ষা ব্যৱস্থা নহয় ?
(ক) বহুমুখী বিদ্যালয়ৰ ব্যৱস্থা থাকিব।
(খ) ৰাজহুৱা বিদ্যালয়ৰ ব্যৱস্থা থাকিব লাগিব।
(গ) বাধাগ্রস্তৰ বাবে বিদ্যালয় স্থাপন কৰিব লাগিব।
(ঘ) ল’ৰাৰ বাবেও গৃহবিজ্ঞানৰ ব্যৱস্থা কৰিব লাগিব।
উত্তৰঃ (ঘ) ল’ৰাৰ বাবেও গৃহবিজ্ঞানৰ ব্যৱস্থা কৰিব লাগিব।
6. মাধ্যমিক শিক্ষা আয়ােগে তলৰ কোনটো শিক্ষাত গুৰুত্ব দিছিল?
(ক) কৃষি শিক্ষা
(খ) বাণিজ্য শিক্ষা
(গ) আইন শিক্ষা
(ঘ) ওপৰৰ কোনােটোৱেই নহয়
উত্তৰঃ (ক) কৃষি শিক্ষা ।
7. মাধ্যমিক শিক্ষা আয়ােগদ্বাৰা নিৰ্ধাৰণ কৰা পাঠ্যক্ৰমৰ বিসংগতি কোনটো নহয় ?
(ক) ই সংকীর্ণ বিধৰ।
(খ) পুথিগত জ্ঞানৰ অধিক গুৰুত্ব।
(গ) ব্যক্তি পার্থক্যৰ লগত অভিযােজনহীনতা।
(ঘ) পৰীক্ষাৰ প্ৰভাৱৰ পৰা মুক্ত।
উত্তৰঃ (ঘ) পৰীক্ষাৰ প্ৰভাৱৰ পৰা মুক্ত ।
8. পাঠ্যক্ৰমৰ আসোঁৱাহ নিমূলৰ বাবে মাধ্যমিক শিক্ষা আয়ােগে নির্ধাৰণ কৰা নীতিসমূহৰ ভিতৰত তলৰ কোনটো নপৰে ?
(ক) পাঠ্যক্ৰমত ভিন্নতা আৰু স্থিতিস্থাপকতাৰ ব্যৱস্থা কৰা।
(খ) অৱসৰ সময়ৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
(গ) সামগ্রিক অভিজ্ঞতাৰ নীতি।
(ঘ) বাণিজ্যৰ উৎকর্ষ সাধন।
উত্তৰঃ (ঘ) বাণিজ্যৰ উৎকর্ষ সাধন ।
9. অসমত মাধ্যমিক শিক্ষাৰ আৰম্ভণি হয় ~~
(ক) ১৮৩৫ চনত
(খ) ১৮৩৬ চনত
(গ) ১৮২৬ চনত
(ঘ) ওপৰৰ কোনােটোৱেই নহয়
উত্তৰঃ (ক) ১৮৩৫ চনত ।
10. গুৱাহাটীত প্রথমখন ইংৰাজী মাধ্যমৰ হাইস্কুল স্থাপন হৈছিল ~~
(ক) ১৮৩৫ চনত
(খ) ১৮৩৬ চনত
(গ) ১৮৪৬ চনত
(ঘ) ১৮৪৮ চনত
উত্তৰঃ (ক) ১৮৩৫ চনত ।
11. গুৱাহাটীত স্থাপন হােৱা প্ৰথমখন ইংৰাজী মাধ্যমৰ হাইস্কুলৰ নাম হ'ল ~~
(ক) গুৱাহাটী হাইস্কুল
(খ) গৌহাটী চেমিনাৰী
(গ) গুৱাহাটী স্কুল
(ঘ) কলেজিয়েট
উত্তৰঃ (খ) গৌহাটী চেমিনাৰী ।
12. অসমৰ দ্বিতীয়খন হাইস্কুল স্থাপন হৈছিল ~~
(ক) শিৱসাগৰত
(খ) ডিব্ৰুগড়ত
(গ) তেজপুৰত
(ঘ) গুৱাহাটীত
উত্তৰঃ (ক) শিৱসাগৰত ।
13. হান্টাৰ কমিচনে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত তলৰ কোনটো পৰামৰ্শ আগবঢ়াইছিল ?
(ক) মাধ্যমিক শিক্ষাৰ দায়িত্ব বেচৰকাৰী কর্তৃপক্ষক অর্পণ কৰা
(খ) মাধ্যমিক শিক্ষাৰ দায়িত্ব চৰকাৰী কর্তৃপক্ষক অর্পণ কৰা
(গ) এখন জিলাত একাধিক মাধ্যমিক বিদ্যালয় স্থাপনৰ পৰামর্শ
(ঘ) ওপৰৰ কোনােটোৱেই নহয়
উত্তৰঃ (ক) মাধ্যমিক শিক্ষাৰ দায়িত্ব বেচৰকাৰী কর্তৃপক্ষক অর্পণ কৰা ।
14. কোনটো আয়ােগৰ নির্দেশ ক্রমে ১৯৩৭ চনত অসমৰ মাধ্যমিক স্কুলৰ শিক্ষাৰ মাধ্যম অসমীয়া কৰা হয় ?
(ক) চেদ্লাৰ আয়ােগ
(খ) কোঠাৰী আয়ােগ
(গ) ৰেড্ডী আয়ােগ
(ঘ) ওপৰৰ কোনােটোৱেই নহয়
উত্তৰঃ (ক) চেদ্লাৰ আয়ােগ ।
15. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ পূর্বে অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব লৈছিল ---
(ক) কলিকতা বিশ্ববিদ্যালয়ে
(খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়ে
(গ) মাদ্রাজ বিশ্ববিদ্যালয়ে
(ঘ) পুনে বিশ্ববিদ্যালয়ে
উত্তৰঃ (ক) কলিকতা বিশ্ববিদ্যালয়ে ।
16. বিদ্যালয় ব্যৱস্থাপনাৰ মূখ্য লক্ষ্য হল —
(ক) চাৰিটা
(খ) পাঁচটা
(গ) তিনিটা
(ঘ) দুটা
উত্তৰঃ (খ) পাঁচটা ।
17. জনার্ধন ৰেড্ডী কমিটিয়ে মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে তলৰ কোনটো পৰামর্শ দিয়া নাছিল ?
(ক) ৰাজ্যসমূহত মাধ্যমিক শিক্ষাৰ সমৰূপতা স্থাপন।
(খ) মাধ্যমিক শিক্ষাৰ সা-সুবিধা বৃদ্ধি কৰা।
(গ) জাতীয় শিক্ষানীতি কার্যকীকৰণৰ সময়-সাপেক্ষে ব্যৱস্থা গ্রহণ।
(ঘ) নবােদয় বিদ্যালয় স্থাপন বন্ধ কৰিব লাগে।
উত্তৰঃ (ঘ) নবােদয় বিদ্যালয় স্থাপন বন্ধ কৰিব লাগে ।
18. কোন বছৰত মাধ্যমিক শিক্ষা আয়ােগ গঠন হৈছিল ?
(ক) ১৯৫৬ চনত
(খ) ১৯৫২ চনত
(গ) ১৯৬৬ চনত
(ঘ) ১৯৮৬ চনত
উত্তৰঃ (খ) ১৯৫২ চনত ।
19. মাধ্যমিক শিক্ষা আয়ােগৰ অধ্যক্ষ আছিল ---
(ক) ড° তাৰচান্দ
(খ) ড° এ মুদালিয়াৰ
(গ) ড° ৰাধাকৃষ্ণন
(ঘ) ড° আম্বেদকাৰ
উত্তৰঃ (খ) ড° এ মুদালিয়াৰ ।
20. তলৰ কোনটো শিক্ষানীতি অনুসৰি ১০+২+৩ আৰ্হিৰ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ---
(ক) ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৬৮
(খ) মাধ্যমিক শিক্ষা আয়ােগ
(গ) ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৮৬
(ঘ) কোঠাৰী আয়ােগ
উত্তৰঃ (গ) ৰাষ্ট্ৰীয় শিক্ষানীতি, ১৯৮৬ ।
21. মাধ্যমিক শিক্ষা আয়ােগ গঠনৰ পৰামর্শ দিছিল—
(ক) কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদে।
(খ) ৰাজ্যিক শিক্ষা উপদেষ্টা পৰিষদে।
(গ) ভাৰত শিক্ষা পৰিষদে।
(ঘ) বুনিয়াদী শিক্ষা পৰিষদে।
উত্তৰঃ (ক) কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদে।
22. ১৯৫২ চনত গঠিত মাধ্যমিক শিক্ষা আয়ােগৰ কোনজন সদস্য নাছিল?
(ক) ড° এ লক্ষণস্বামী
(খ) জন ক্রিষ্টি
(গ) ড° কে এল শ্রীমালী
(ঘ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণন
উত্তৰঃ (ঘ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণন ।
23. ১৯৫২ চনত গঠন কৰা মাধ্যমিক শিক্ষা আয়ােগত সহবৰণ সদস্য (Co-opted member) হিচাপে নিযুক্তি লাভ কৰা অসমীয়াজন আছিল ---
(ক) সুৰেশ চন্দ্ৰ ৰাজখােৱা
(গ) অৰবিন্দ ৰাজখােৱা
(খ) উপেন্দ্ৰ ৰাজখােৱা
(ঘ) অশােক ৰাজখােৱা
উত্তৰঃ (ক) সুৰেশ চন্দ্ৰ ৰাজখােৱা ।
24. মাধ্যমিক শিক্ষা আয়ােগে দখল কৰা প্রতিবেদনত তলৰ কোনটো বিষয় উল্লেখ নাছিল ?
(ক) চৰিত্ৰৰ শিক্ষা
(খ) ছাত্ৰৰ শাৰীৰিক কল্যাণ
(গ) গতিশীল শিকন পদ্ধতি
(ঘ) নাগৰীকৰণ
উত্তৰঃ (ঘ) নাগৰীকৰণ ।
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment