Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2023 Important question in General Science -3

 1.প্ৰশ্ন:কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয়?

উত্তৰ:- কোবাল্ট।


2.প্ৰশ্ন:কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?

উত্তৰ:- কাৰ্বাইড।


3.প্ৰশ্ন:প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰ:- টেকোমিটাৰ।


4.প্ৰশ্ন:নিউটন কিহৰ একক?

উত্তৰ:- MKS পদ্ধতিত বলৰ একক।


5.প্ৰশ্ন:ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?

উত্তৰ:- এচিটিলিন।


6.প্ৰশ্ন:AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ:- ৰেক্টিফায়াৰ।


7.প্ৰশ্ন:কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে?

উত্তৰ:- বিকিৰণ পদ্ধতি।


8.প্ৰশ্ন:বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰ:- এনিম'মিটাৰ।


9.প্ৰশ্ন:CGS পদ্ধতিত শক্তিৰ একক কি?

উত্তৰ:- আৰ্গ।


10.প্ৰশ্ন:পিতলত কি কি ধাতু থাকে?

উত্তৰ:- তাম আৰু দস্তা।


11.প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?

উঃ পুটোনিয়াম।


12.প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?

উঃ বৃটেইন ।


13.প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?

উঃ ৰেডন।


14.প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?

উঃ নাইট্ৰজেন অক্সাইড।


15.প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।

উ: টিন আৰু সীহৰ ধাতু।


16.প্ৰশ্ন: "বেঘনীসেহাসুৰ" - কি?

উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে - বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।


17.প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?

উঃ মার্কনী।


18.প্ৰশ্ন:প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?

উ: উইলিয়াম কেক্সটোন ।


19.প্ৰশ্ন: চুম্বকে কি কি আকর্ষণ কৰে ?

উ: লাে, নিকেল আৰু কোবাল্ট।


20.প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?

উঃ উইলহেম বণ্টজেন ।

Comments