Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2023 Important question Assam -5

1. কোনাে স্থিৰ উষ্ণতাত পৰিবাহী তাঁৰ এডালৰ দৈর্ঘ্য বৃদ্ধি কৰিলে ৰােধ -----

(ক) কমে

(খ) বাঢ়ে

(গ) কমিবও পাৰে

(ঘ) একে থাকিবও পাৰে

উত্তৰঃ (খ) বাঢ়ে ।


2. কোনাে স্থিৰ উষ্ণতাত নির্দিষ্ট দৈর্ঘ্যৰ পৰিবাহী তাঁৰ এডালৰ প্রস্থচ্ছেদ কমালে ৰােধ ------

(ক) কমে

(খ) একে থাকে ভাবনাই

(গ) বাঢ়ে

(ঘ) ৰােধৰ ওপৰত দৈৰ্ঘ্যৰ প্ৰভাৱ নাই

উত্তৰঃ (গ) বাঢ়ে ।


3. পৰিবাহী এডালৰ দৈৰ্ঘ্য স্থিৰে ৰাখি প্রস্থচ্ছেদ দুগুণ কৰিলে ৰােধ আগৰ ৰােধৰ ----

(ক) আধা হব

(খ) দুগুণ হব

(গ) 1.4 গুণ হব

(ঘ) চাৰিগুণ হব

উত্তৰঃ (ক) আধা হব।


4. প্রস্থচ্ছেদ একে ৰাখি পৰিবাহী তাঁৰ এডালৰ দৈৰ্ঘ্য দুগুণ কৰিলে ৰােধ আগৰ ৰােধৰ ------

(ক) দুগুণ হব

(খ) আধা হব

(গ) 1.4 গুণ হব

(ঘ) চাৰিগুণ হব

উত্তৰঃ (ক) দুগুণ হব ।


5. উষ্ণতা বাঢ়িলে বিশুদ্ধ অৰ্দ্ধপৰিবাহীৰ ৰােধ ----

(ক) বাঢ়ে

(খ) কমে

(গ) বাঢ়িবও পাৰে

(ঘ) কি হব সঠিক কব নােৱাৰি

উত্তৰঃ (খ) কমে ।


6. প্রেচাৰ কুকাৰত কিয় ভাত, মাংস সােনকালে সিজে ?

(ক) ভিতৰৰ চাপ বৃদ্ধিৰ ফলত পানীৰ উতলাংক বাঢ়ে

(খ) ভিতৰৰ চাপ বৃদ্ধিৰ ফলত পানীৰ উতলাংক কমে

(গ) খাদ্য বস্তু জলীয় বাষ্পত সােনকালে সিজে

(ঘ) কুকাৰৰ ভিতৰৰ পানী বাহিৰলৈ নােলায়

উত্তৰঃ (ক) ভিতৰৰ চাপ বৃদ্ধিৰ ফলত পানীৰ উতলাংক বাঢ়ে ।


7. বায়ুৰ উষ্ণতা বৰফৰ গলনাংকতকৈ বহুত কম হলে পুখুৰী এটাৰ ----

(ক) মুক্ত পৃষ্ঠত বৰফ জমা হয়

(খ) পানীৰ তলত বৰফ জমা হয়

(গ) সকলোখিনি পানী বৰফ হয়

(ঘ) আংশিকভাৱে পুখুৰীটোৰ য’তে ততে বৰফ জমা হব পাৰে

উত্তৰঃ (ক) মুক্ত পৃষ্ঠত বৰফ জমা হয় ।


8. সূৰ্য্যৰপৰা পৃথিৱীলৈ পােহৰ আহি পাওতে কিমান সময় লাগে ?

(ক) 2মিনিট

(খ) 4মিনিট

(গ) ৪মিনিট

(ঘ) 6 মিনিট

উত্তৰঃ (গ) ৪মিনিট ।


9. কি কাৰণে ধাতুবােৰ বিদ্যুতৰ সুপৰিবাহী ?

(ক) পৰিবাহীত মুক্ত ইলেকট্রন থাকে

(খ) পৰিবাহীত থকা ফাঁকৰ মাজেদি আধান যাব পাৰে

(গ) পৰিবাহীৰ গলনাংক উচ্চ

(ঘ) পৰিবাহীত পৰমাণুবােৰ সহজে বিচৰণ কৰিব পাৰে

উত্তৰঃ (ক) পৰিবাহীত মুক্ত ইলেকট্রন থাকে ।


10. শব্দোত্তৰ বেগ বুলিলে কি বুজা ?

(ক) শব্দৰ বেগতকৈ অধিক বেগ

(খ) শব্দৰ বেগতকৈ কম বেগ

(গ) শ্ৰাৱ্য সীমাতকৈ অধিক কম্পাংকৰ শব্দ

(ঘ) 20 হার্টজতকৈ কম কম্পনাংকৰ শব্দ

উত্তৰঃ (ক) শব্দৰ বেগতকৈ অধিক বেগ ।


11. অতিশব্দ বুলিলে কি বুজা ?

(ক) শব্দৰ বেগতকৈ অধিক বেগি

(খ) শব্দৰ বেগতকৈ কম বেগ

(গ) শ্ৰাৱ্য সীমাতকৈ অধিক কম্পনাংকৰ শব্দ

(ঘ) 20 হার্টজতকৈ কম কম্পনাংকৰ শব্দ

উত্তৰঃ (গ) শ্ৰাৱ্য সীমাতকৈ অধিক কম্পনাংকৰ শব্দ ।


12. মেক সংখ্যা কি?

(ক) বস্তু এটাৰ বেগ আৰু শব্দৰ বেগৰ অনুপাত

(খ) শব্দৰ বেগ আৰু বস্তু এটাৰ বেগৰ অনুপাত

(গ) গণিতৰ এক অদ্ভুত সংখ্যা

(ঘ) বিশেষ ধর্ম বিশিষ্ট এটা অযুগ্ম সংখ্যা

উত্তৰঃ (ক)বস্তু এটাৰ বেগ আৰু শব্দৰ বেগৰ অনুপাত ।


13. দুখন সমতল দাপােণ কি কোণত মুখামুখিকৈ ৰাখিলে বস্তু এটাৰ 5 টা প্রতিবিম্ব দেখা যাব ?

(ক) 90°

(খ) 45°

(গ) 30°

(ঘ) 60°

উত্তৰঃ (ঘ) 60°


14. চকুৰ মণিটো প্ৰকৃততে এখন ----

(ক) অৱতল লেন্স

(গ) উত্তল-অৱতল লেন্স

(খ) সম অৱতল লেন্স

(ঘ) দ্বি উত্তল লেন্স

উত্তৰঃ (ঘ) দ্বি উত্তল লেন্স ।


15. মহাকাশলৈ প্ৰেৰণ কৰা প্রথম কৃত্রিম উপগ্ৰহটোৰ নাম কি ?

(ক) স্পুটনিক

(খ) সয়ুজ

(গ) এপ’লাে

(ঘ) কলাম্বিয়া

উত্তৰঃ (ক) স্পুটনিক ।


16. কৃত্রিম উপগ্রহৰ ভিতৰত থকা মানুহ এজনে গিলাচৰপৰা মুখত ঢালি পানী খাব পাৰেনে ?

(ক) পাৰে

(খ) নােৱাৰে

(গ) খাটাংনহয়

(ঘ) নােহােৱাৰ কাৰণ নাই

উত্তৰঃ(খ) নােৱাৰে ।


17. A আৰু B বিন্দু দুটাৰ প্ৰতিটোৰে বিভৱ 5 ভল্ট। A ৰ পৰা B লৈ 2 কুলম্ব আধান এটা নিওতে কিমান বৈদ্যুতিক কাৰ্য্য কৰিব লাগিব?

(ক) 10 জুল

(খ) 2.5 জুল

(গ) 10 ৱাট

(ঘ) কাৰ্য্য = 0

উত্তৰঃ (ঘ) কাৰ্য্য = 0


18. এটা ৰােধকত 10 ভ’ল্ট বিভৱ প্ৰয়ােগ কৰিলে 2 এম্পেয়াৰ বিদ্যুৎ প্ৰৱাহ চালিত হয়, ৰােধকটোৰ ৰােধ কিমান?

(ক) 20 ওম

(খ) 20 মেগাওম

(গ) 5 ওম

(ঘ) 5 মেগাওম

উত্তৰঃ (গ) 5 ওম ।


19. দুটা বৈদ্যুতিক ৰােধৰ শ্ৰেণীবদ্ধ সংযােগ কৰিলে সমতুল্য ৰােধ যিমান হব, সেই একে ৰােধ দুটাৰে সমান্তৰাল সংযোেগ কৰিলে সমতুল্য ৰােধ ----

(ক) তাতকৈ কম হব

(খ) তাতকৈ বেছিহব

(গ) তাৰ সমান হব

(ঘ) তাতকৈ বেছিও হব পাৰে কমাে হব পাৰে

উত্তৰঃ (ক) তাতকৈ কম হব ।


20. এক গ্রাম পানীৰ উষ্ণতা এক ডিগ্রী চেলছিয়াছ বৃদ্ধি কৰিবলৈ কিমান তাপ লাগে ?

(ক) এক জুল

(খ) এক আর্গ

(গ) এক কেলৰি

(ঘ) এক কি’লকেলৰি

উত্তৰঃ (গ) এক কেলৰি ।


21. 15 গ্রাম পানী আৰু 5 গ্রাম লােৰ টুকুৰা এটাৰ ভিতৰত তাপ ধৃতি কাৰ বেছি ?

(ক) পানীৰ

(খ) লােৰ

(ঘ) কব নােৱাৰি

(গ) সমান

উত্তৰঃ (ক) পানীৰ ।


22. তীখাৰ দুডাল সমান ব্যাসৰ তাঁৰ A আৰু Bৰ দৈৰ্ঘ্যৰ অনুপাত হয় 2ঃ1। তাঁৰ দুডালত সমান বল প্রয়ােগ কৰি দৈর্ঘ্য বৃদ্ধি কৰিলে দৈর্ঘ্য বৃদ্ধিৰ অনুপাত কিমান হব ?

(ক)1:2

(খ) 1:4

(গ) 2:1

(ঘ) 4:1

উত্তৰঃ (গ) 2:1


23. নির্দিষ্ট আয়তনৰ পানীৰ উষ্ণতা 4°C ৰপৰা কমালে ----

(ক) আয়তন কমিব

(খ) আয়তন বাঢ়িব

(গ) ঘনত্ব একে থাকিব

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) আয়তন বাঢ়িব ।


24. কি কাৰণে উতলাংকত কোনাে নির্দিষ্ট পৰিমাণৰ জুলীয়া পদার্থ সম্পূর্ণ বাষ্প হৈ নােযােৱা পৰ্য্যন্ত তাপ দি থাকিলেও উষ্ণতা বৃদ্ধি নহয় ?

(ক) উতলাংকত প্রযুক্ত তাপখিনি অৱস্থাৰ পৰিৱৰ্তন কৰাতহে ব্যৱহাৰ হয়

(খ) প্রযুক্ত তাপখিনিৰ অপচয় হয়

(গ) তৰল অণুৰ গতিশক্তি বৃদ্ধিতহে ব্যৱহাৰ হয়

উত্তৰঃ (ক) উতলাংকত প্রযুক্ত তাপখিনি অৱস্থাৰ পৰিৱৰ্তন কৰাতহে ব্যৱহাৰ হয় ।


25. উষ্ণতা বাঢ়িলে পৰিবাহীৰ ৰােধ সাধাৰণতে ----

(ক) কমে

(খ) বাঢ়ে

(গ) কমিবও পাৰে

(ঘ) একে থাকিবও পাৰে

উত্তৰঃ (খ) বাঢ়ে ।


26. তলত দিয়া কোনবিধ কণা আধানযুক্ত ?

(ক) নিউট্রন কণা

(খ) বিটা কণা

(গ) ফোটন কণা

(ঘ) নিউট্রিন’ কণা

উত্তৰঃ (খ) বিটা কণা ।


27. তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় ?

(ক) উত্তল লেন্সত লক্ষ্য বস্তুৰ সৎ প্রতিবিম্বহে গঠন হয়

(খ) অৱতল লেন্সত লক্ষ্য বস্তুৰ অসৎ প্রতিবিম্বহে গঠন হয়

(গ) সমতল দাপােণত লক্ষ্য বস্তুৰ অসৎ প্রতিবিম্ব গঠন হয়

(ঘ) অৱতল দাপােণত লক্ষ্যবস্তুৰ সৎ, অসৎ দুয়ােবিধ প্রতিবিম্ব গঠন হব পাৰে

উত্তৰঃ (ক) উত্তল লেন্সত লক্ষ্য বস্তুৰ সৎ প্রতিবিম্বহে গঠন হয় ।


28. পৰিবৰ্দ্ধক কাঁচ কি ?

(ক) এখন উত্তল লেন্স

(খ) এখন অৱতল লেন্স

(গ) অভিলক্ষ্য আৰু অভিনেত্ৰৰ সমষ্টি

(ঘ) এখন অভিনেত্র

উত্তৰ: (ক) এখন উত্তল লেন্স ।


29. ত্বৰণৰ একক কি ?

(ক) মি / ছে

(খ) মি / ছে ²

(গ) মি ² / ছে ²

(ঘ) মি / ছেমি

উত্তৰঃ (খ) মি / ছে ² ।


30. বলৰ এচ আই একক কি ?

(ক) জুল

(খ) ৱাট

(গ) ডাইন

(ঘ) নিউটন

উত্তৰঃ (ঘ) নিউটন ।


Comments