Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2023 Important question Assam -3
1. তলৰ কোনটো লেখ প্রয়ােগ কৰি উচ্চ আদালতে নিম্ন আদালতৰ কোনাে গােচৰৰ তথ্যপাতি উচ্চ আদালতলৈ পঠিয়াবলৈ ক'ব পাৰে, যিহেতু তেনে নিম্ন আদালতৰ উল্লেখিত গােচৰত সিদ্ধান্ত দিয়াৰ কৰ্তত্ব নাই?
(ক) কৈফিয়ৎ অলবী
(খ) উৎপ্রেষণ
(গ) নিষেধাজ্ঞা
(ঘ) পৰমাধিদেশ
উত্তৰঃ (খ) উৎপ্রেষণ ।
2.তলৰ কোনটো অধিকাৰ ভাৰতত থকা ভাৰতীয় নাগৰিক আৰু বিদেশী উভয়ে ভােগ কৰিব পাৰে?
(ক) সমতাৰ অধিকাৰ
(খ) শোষণৰ বিৰুদ্ধে অধিকাৰ
(গ) ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ
(ঘ) ধর্মীয় অধিকাৰ
উত্তৰঃ (ঘ) ধর্মীয় অধিকাৰ।
3. ফ্রাচেনমুঙৰ ঘৈণীয়েক সাহসী মূলাগাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল ?
(ক) মিৰজুমলা
(খ) তুর্বক
(গ) আবুবক
(ঘ) ৰামসিংহ
উত্তৰঃ (খ) তুর্বক ।
4. ১৫৬২ চনত কোচ সৈন্যই আহােম ৰাজ্য আক্রমণ কৰাত চুক্লেংমূঙে ভগনীয়া ৰজা উপনাম পাইছিল কাৰণ তেওঁ ৰাজধানী এৰি পলাইছিল। তেওঁ ক'লৈ পলায়ন কৰিছিল ?
(ক) চৰাইখােৰোং
(খ) শদিয়া
(গ) কলিয়াবৰ
(ঘ) মণিপুৰ
উত্তৰঃ (ক) চৰাইখােৰোং
5. কাৰ ৰাজত্বকালত আলাবৈৰ ৰণ হৈছিল ?
(ক) জয়ধ্বজ সিংহ
(খ) চক্ৰধ্বজ সিংহ
(গ) গদাধৰ সিংহ
(ঘ) উদয়াদিত্য সিংহ
উত্তৰঃ (খ) চক্ৰধ্বজ সিংহ
6. ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত মােগল সৈন্যবাহিনী পৰিচালনা কৰিছিল—
(ক) মিৰজুমলাই
(খ) ৰচিদ খানে
(গ) দিলিৰ খানে
(ঘ) ৰাম সিংহই
উত্তৰঃ (ঘ) ৰামসিংহই
7. আহােম আৰু মােগলৰ দীর্ঘদিনীয়া দ্বন্দ্ব যবনিকা পেলােৱা ১৬৮২ চনৰ ৰণখন আছিল--
(ক) ইটাখুলিৰ ৰণ
(খ) আলাবৈৰ ৰণ
(গ) শৰাইঘাটৰ ৰণ
(ঘ) যােগীঘােপাৰ ৰণ
উত্তৰঃ (ক) ইটাখুলিৰ ৰণ
8. ১৬৮০ চনত ভােটাই ডেকা, আঘােণা কছাৰী আৰু মদন তামুলীয়ে কাক বধ কৰিছিল?
(ক) লাচিত বৰফুকনক
(খ) লালুকসােলা বৰফুকনক
(গ) বদন বৰফুকনক
(ঘ) ল’ৰাৰজাক
উত্তৰঃ (খ) লালুকসােলা বৰফুকনক
9. গুৱাহাটী হস্তান্তৰ কৰা বাবে কোনে লালুকসােলা বৰফুকনক চাৰি লক্ষ্য টকা দিছিল ?
(ক) মিৰজুমলা
(খ) ৰাম সিংহ
(গ) ৰচিদ খান
(ঘ) অজেমতাৰা
উত্তৰঃ (ঘ) অজেমতাৰা
10. তলত উল্লেখ কৰা কোনজন অসম বুৰঞ্জীত ল'ৰা ৰজা বুলি বিখ্যাত হৈছিল?
(ক) ল’ৰাৰজা
(খ) চুতাফা
(গ) চুলিফা।
(ঘ) চুহিত গুংফা
উত্তৰঃ (গ) চুলিফা।
11. কোনজন স্বৰ্গদেৱে আহােম ৰাজপ্রাসাদলৈ লক্ষ্মীনাৰায়ণ শালগ্ৰামৰ প্ৰৱেশ ঘটাইছিল?
(ক) চুদাংফা
(খ) প্রতাপ সিংহ
(গ) জয়ধ্বজ সিংহ।
(ঘ) শিৱ সিংহ
উত্তৰঃ (ক) চুদাংফা
12. তলত উল্লেখ কৰাসকলৰ কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় ?
(ক) গদাধৰ সিংহ
(খ) প্রতাপ সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) চুকাফা
উত্তৰঃ (খ) প্রতাপ সিংহ।
13. মােমাই তামুলী আছিল প্রথমজন--
(ক) বৰবৰুৱা
(খ) বৰফুকন
(গ) বৰগােহাঁই
(ঘ) ৰাজমন্ত্রী
উত্তৰঃ (ক) বৰবৰুৱা।
14. কোনজন ৰজাহব্ৰহ্মপুত্র উপত্যকাত থকা তেওঁৰ সৰু ৰাজ্যখনক মুংদুনচুন খান নামেৰে নামকৰণ কৰিছিল ?
(ক) চুকাফা
(খ) চুদাংফা
(গ) চুহুংমুং
(ঘ) চুলিফা
উত্তৰঃ (ক) চুকাফা ।
15. চুহুংমুঙে কি পদবীৰ সৃষ্টি কৰিছিল ?
(ক) বুঢ়াগােহাঁই
(খ) বৰগােহাঁই
(গ) বৰপাত্ৰগােহাঁই
(ঘ) বৰফুকন
উত্তৰঃ (খ) বৰগােহাঁই
16. তলত উল্লেখ কৰা ৰজাসকলৰ কোনজনক অসমৰ বিক্রমাদিত্য বুলি কোৱা হয় ?
(ক) প্রতাপ সিংহ।
(খ) ৰুদ্ৰ সিংহ
(গ)নৰনাৰায়ণ।
(ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰঃ (গ) নৰনাৰায়ণ ।
17. সাহসী আহােম সেনাপতি ফ্রাচেনমুক প্রথমজন কি হিচাবে নিযুক্তি দিয়া হৈছিল ?
(ক) শদিয়া খােৱা গােহাঁই
(খ) মৰঙ্গী যুৱ গােহাঁই
(গ) সলাল গােহাঁই
(ঘ) জাসীয়ালীড়া গােহাঁই
উত্তৰঃ (ক) শদিয়া খােৱা গােহাঁই ।
18. আহােম বুৰঞ্জী অনুসৰি তুর্বক আৰু হুচেইন খানৰ মূৰ দুটা ক’ত কবৰ দিয়া হৈছিল ?
(ক) ৰংপুৰ
(খ) গড়গাঁও
(গ) বকতা
(ঘ) চৰাইদেউ
উত্তৰঃ (ঘ) চৰাইদেউ
19. অংকীয়া ভাওনা কোনে ৰচনা কৰিছিল—
(ক) মাধৱদেৱ
(খ) অনন্ত কন্দলী
(গ) ৰাম স্বৰস্বতী
(ঘ) শঙ্কৰদেৱ
উত্তৰঃ (ঘ) শঙ্কৰদেৱ ।
20. মাধৱদেৱৰ জন্ম হয়।
(ক) ১৪৮০
(খ) ১৪৮৪
(গ) ১৪৮৯
(ঘ) ১৪৯০
উত্তৰঃ (গ) ১৪৮৯ ।
21. জিকিৰ বিলাক ভক্তিমূলক গীত—
(ক) অসমীয়া মুছলমানৰ
(খ) অসমীয়া হিন্দুৰ
(গ) বেঙ্গলী মুছমানৰ
(ঘ) বেঈলী হিন্দু
উত্তৰঃ (ক) অসমীয়া মুছলমানৰ ।
22. জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ মাজত সম্পাদিত ঘিলাধাৰী ঘাটৰ সন্ধি সাক্ষৰিত হৈছিল---
(ক) ১৬৬৩ চনৰ ২২ জানুৱাৰী
(খ) ১৬৬২ চনৰ ২০ নবেম্বৰ
(গ) ১৬৬৩ চনৰ ১৪ জানুৱাৰী
(ঘ) ১৬৬২ চনৰ ১৫ নবেম্বৰত
উত্তৰঃ (ক) ১৬৬৩ চনৰ ২২ জানুৱাৰী ।
23. ফাটিয়া-ই-ইব্রিয়াৰ লেখক কোন?
(ক) মিনহাজউল চিৰাজ
(খ) জিয়ান-দিন বর্ণি।
(গ) চিহাবুদ্দিন তালিচ
(ঘ) আল বেৰুণী।
উত্তৰঃ (গ) চিহাবুদ্দিন তালিচ ।
24. আহােম মুদ্ৰাৰ আকৃতি আছিল—
(ক) ছয় কোণীয়া।
(খ) বর্গাকৃতি
(গ) আঠকোণীয়া
(ঘ)ন কোণীয়া
উত্তৰঃ (গ) আঠকোণীয়া
25. কোচ ৰজাৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল ?
(ক) বর্গাকৃতি।
(খ)ন কোণীয়া
(গ) আঠ কোণীয়া
(ঘ) ছয় কোণীয়া
উত্তৰঃ (ঘ) ছয় কোণীয়া
26. আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে কোন চনত প্ৰথম অসমীয়া সাময়িকীখন শিৱসাগৰৰ পৰা প্ৰকাশ কৰিছিল?
(ক) ১৮৮৬
(খ) ১৮৪৬
(গ) ১৮৮৫
(ঘ) ১৮৭১
উত্তৰঃ (খ) ১৮৪৬
27. শঙ্কৰদেৱৰ মৃত্যু হয়
(ক) কোচবিহাৰ
(খ) পাটবাউসী
(গ) বেলগুৰি
(ঘ) পুৰী
উত্তৰঃ (ক) কোচবিহাৰ ।
28. নামঘােষা” আৰু ভক্তি ৰত্নাৱলী ৰচনা কৰিছিল--
(ক) শঙ্কৰদেৱ
(খ) মাধৱদেৱ
(গ) অনন্ত কন্দলী
(ঘ) ৰাম সৰস্বতী
উত্তৰঃ (খ) মাধৱদেৱ ।
29. শঙ্কৰদেৱৰ জন্ম হয়--
(ক) বেলগুৰি
(খ) আলিপুখুৰী
(গ) গয়া
(ঘ) বৰদোৱা
উত্তৰঃ (খ) আলিপুখুৰী ।
30. পােৱামক্কা ক'ত অৱস্থিত?
(ক) হাজো
(খ) নগাঁও
(গ) কোচবিহাৰ
(ঘ) নামৰূপ
উত্তৰঃ (ক) হাজো ।
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment