Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2023 Important question Assam -4

1. আজান পীৰৰ জন্ম হয়—

(ক) ১৬০০ খ্রীঃত

(খ) ১৭০০ খ্রীঃত

(গ) ১৬০১ খ্রীঃত

(ঘ) ১৭০১ খ্রীঃত

উত্তৰঃ (ক) ১৬০০ খ্রীঃত ।


2. অসমৰ ক'ত আজান পীৰ আছিল

(ক) গড়গাও

(খ) চুণপােৰা

(গ) নাজিৰা

(ঘ) মাজুলী

উত্তৰঃ (খ) চুণপােৰা ।


3. অনন্ত লহৰী’ কোনে লিখিছিল –

(ক) ৰাম মিশ্র

(খ) অনন্ত আচার্য্য

(গ) শঙ্কৰদেৱ

(খ) মাধৱদেৱ

উত্তৰ (খ) অনন্ত আচার্য্য ।


4. অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল—

(ক) শঙ্কৰদেৱ

(খ) মাধৱদেৱ

(গ) ভট্টদেৱ

(ঘ) ৰাম স্বৰস্বতী

উত্তৰঃ (ক) শঙ্কৰদেৱ ।


5. তলত দিয়া কোনটো উক্তি অশুদ্ধ

(ক) বস্তু এটাৰ ভৰ তাৰ ওজনৰ সমান

(খ) একে পদার্থৰ বেলেগ বেলেগ বস্তুৰ ঘনত্ব একে

(গ) একে পৰিবাহী পদাৰ্থৰ বেলেগ বেলেগ তাঁৰৰ আপেক্ষিক বােধ একে

(ঘ) একে পদাৰ্থৰ বেলেগ বেলেগ ভৰৰ বস্তুৰ আপেক্ষিক তাপ একে

উত্তৰঃ (ক) বস্তু এটাৰ ভৰ তাৰ ওজনৰ সমান।


6. পানী ভৰি থকা আবদ্ধ পাইপ এডালৰ পানীখিনি যদি বৰফ হৈ যায় তেনেহ'লে

(ক) পাইপডালৰ কিছুস্থান খালী হব।

(খ) পাইপডাল ফাটি যাব।

(গ) পাইপডাল বেঁকা হব।

(ঘ) পাইপডালৰ একো পৰিৱৰ্তন নহয়।

উত্তৰঃ (খ) পাইপডাল ফাটি যাব।


7. তলত দিয়া কোনবিধ বিকিৰণ পৰমাণুৰপৰা ওলায়, কিন্তু পৰমাণুৰ নিউক্লিয়াছৰপৰা নহয়?

(ক) আলফা

(খ) বিটা

(গ) গামা

(ঘ) ৰঞ্জন ৰশ্মি

উত্তৰঃ (ঘ) ৰঞ্জন ৰশ্মি ।


8. তলত দিয়া কোনবিধ ৰশ্মি পৰমাণুৰ নিউক্লিয়াছৰপৰা ওলায়?

(ক) অৱলােহিত ৰশ্মি

(খ) আলফা ৰশ্মি

(গ) অতিবেগুনী ৰশ্মি

(ঘ) ৰঞ্জন ৰশ্মি

উত্তৰঃ (খ) আলফা ৰশ্মি ।


9. কি নক্ষত্রই সকলাে বস্তু আনকি পােহৰাে শােষণ কৰিব পাৰে ?

(ক) কৃষ্ণ গহ্বৰ

(খ) পালসাৰ

(গ) কোৱাছাৰ

(ঘ) নিউট্রন নক্ষত্র

উত্তৰঃ (ক) কৃষ্ণ গহ্বৰ ।


10. বেলুন এটাত হাইড্রজেন গেছ ভৰালে কি কাৰণে উর্ধ্বমুখী গতি লাভ কৰে?

(ক) উচ্চতাৰ লগে লগে চাপ কমে।

(খ) উচ্চতাৰ লগে লগে মাধ্যাকর্ষণৰ ত্বৰণ কমে

(গ) উচ্চতাৰ লগে লগে বায়ুৰ ঘনত্ব কমে

(ঘ) বেলুনত ক্রিয়া কৰা প্লাৱিতা বলৰ কাৰণে

উত্তৰঃ(ঘ) বেলুনত ক্রিয়া কৰা প্লাৱিতা বলৰ কাৰণে ।


11. ব’ল এটা মাৰি দিলে কিছুদূৰ যােৱাৰ পিছত কিয় ৰৈ যায় ?

(ক) জড়তাৰ কাৰণে

(খ) ঘর্ষণৰ কাৰণে

(গ) বলটোৰ চলন ক্ষমতা নাথাকে

(ঘ) বলটোৰ পাম্প নােহােৱা হয়

উত্তৰঃ (খ) ঘর্ষণৰ কাৰণে ।


12. মেঘাচ্ছন্ন ৰাতি কিয় গৰম লাগে?

(ক) ভূ-পৃষ্ঠৰপৰা নিৰ্গত বিকিৰণ মুক্তভাৱে বায়ুলৈ যাব নােৱাৰা হয় ।

(খ) ভূপৃষ্ঠৰপৰা ধূলিকণা ওলাই যাব নােৱাৰে।

(গ) সেমেকা বতৰত বায়ু গৰম হয়।

(ঘ) বৰষুণ নােহােৱা কাৰণে।

উত্তৰঃ (ক) ভূ-পৃষ্ঠৰপৰা নিৰ্গত বিকিৰণ মুক্তভাৱে বায়ুলৈ যাব নােৱাৰা হয় ।


13. ফেনৰ তলত বহিলে কিয় ঠাণ্ডা লাগে ?

(ক) বহু চলাচল কৰে

(খ) বাষ্পায়নৰ হাৰ বাঢ়ে

(গ) বাষ্পায়নৰ হাৰ কমে

(ঘ) বাহিৰৰপৰা ঠাণ্ডা বতাহ আহে

উত্তৰঃ (খ) বাষ্পায়নৰ হাৰ বাঢ়ে ।


14. আলােক বর্ষ কিহৰ একক

(ক) শক্তি

(খ) বেগ

(গ) দূৰত্ব

(ঘ) সময়

উত্তৰঃ (গ) দূৰত্ব ।


15. তলত দিয়া কোনটো সঁজুলিৰে চাপ জোখা হয়।

(ক) বেৰ’ মিটাৰ

(খ) স্ফিড মিটাৰ

(গ) এমমিটাৰ

(ঘ) মাল্টিমিটাৰ

উত্তৰঃ (ক) বেৰ’ মিটাৰ ।


16. জুল কিহৰ একক ?

(ক) ভৰ

(খ) বল

(গ) শক্তি

(ঘ) ভৰবেগ

উত্তৰঃ (গ) শক্তি ।


17. এক গ্রাম ওজন বলত কিমান ডাইন ?

(ক) 9. 8 ডাইন

(খ) 98 ডাইন

(গ) 980 ডাইন

(ঘ) 780 ডাইন

উত্তৰঃ (গ) 980 ডাইন ।


18. বিদ্যুৎ প্ৰৱাহৰ একক কি?

(ক) এম্পেয়াৰ

(খ) ভল্ট

(গ) ওম

(ঘ) ৱাট

উত্তৰঃ (ক) এম্পেয়াৰ ।


19. কোনবিধ যন্ত্রৰদ্বাৰা ভূমিকম্পৰ প্রাবল্য জোখা হয়?

(ক) বেৰ’ মিটাৰ

(খ) মেন’ মিটাৰ

(গ) থাৰ্মমিটাৰ

(ঘ) চিস্ম’ মিটাৰ

উত্তৰঃ (ঘ) চিস্ম’ মিটাৰ ।


20. পৃথিৱীয়ে সূৰ্য্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে বুলি কোনগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল?

(ক) নিউটন

(খ) কপাৰনিকাছ

(গ) প্লেটো

(ঘ) চক্রেটিছ

উত্তৰঃ (খ) কপাৰনিকাছ


21. জাহাজ এখন পানীত আশিংকভাৱে ডুব গৈ ভাহি থকা অৱস্থাত অপসাৰিত পানীৰ ওজন---

(ক) জাহাজখনৰ ওজনৰ সমান।

(খ) জাহাজখনৰ ওজনকৈ বেছি ।

(গ) জাহাজখনৰ ওজতকৈ কম।

(ঘ) কম বেছি হৈ থাকে।

উত্তৰঃ (ক) জাহাজখনৰ ওজনৰ সমান ।


22. সমান গতিশক্তি বিশিষ্ট এখন ট্রাক আৰু এখন মটৰগাড়ী ৰখাবলৈ যদি সমপৰিমাণৰ বল প্রয়ােগ কৰা হয় । তেনেহলে বল প্রয়ােগ কৰাৰপৰা স্থিৰ অৱস্থা পােৱালৈকে ----

(ক) ট্রাকখনে অধিক দূৰত্ব অতিক্রম কৰিব ।

(খ) গাড়ীখনে অধিক দূৰত্ব অতিক্রম কৰিব।

(গ) দুয়ােখনে সমান দূৰত্ব অতিক্রম কৰিব ।

(ঘ) কোনে কি দূৰত্ব অতিক্রম কৰিব ঠিক নাই।

উত্তৰঃ (গ) দুয়ােখনে সমান দূৰত্ব অতিক্রম কৰিব ।


23. পূৱপিনে গৈ থকা ৰেলগাড়ী এখনৰ ওপৰেদি ঠিক পশ্চিম পিনে কাউৰী এটা উৰি গৈছে। যদি গাড়ীখনৰ দৈর্ঘ্য 120 মিটাৰ, কাউৰীটোৰ বেগ 5 মি./ছে, আৰু গাড়ীখনৰ বেগ 10 মি / ছে, তেনেহ'লে ৰেলখন কাউৰীটোৱে কিমান সময়ত অতিক্রম কৰিব?

(ক) 4ছে

(খ) 3 ছে

(গ) ৪ ছে

(ঘ) 9 ছে

উত্তৰঃ (গ) ৪ ছে ।


24. বল এটা উলম্বভাৱে ওপৰলৈ মাৰি দিলে শীর্ষ বিন্দুত

(ক) ত্বৰণ শূন্য

(খ) বেগ শূন্য

(গ) ভৰবেগ শূন্য নহয়।

(ঘ) গতিশক্তি শূন্য নহয়

উত্তৰঃ (খ) বেগ শূন্য ।


25. এটা গধূৰ বস্তু আৰু এটা পাতল বস্তু বায়ু শূন্য স্থানত সমান উচ্চতাৰপৰা এৰি দিলে কোনটো আগতে মাটিত পৰিব?

(ক) গধূৰ বস্তুটো

(খ) পাতল বস্তুটো

(গ) একো ঠিক নাই

(ঘ) দুয়ােটা একে সময়তে মাটিত পৰিব

উত্তৰঃ (ঘ) দুয়ােটা একে সময়তে মাটিত পৰিব ।


26. তলত দিয়া কোনটো ৰং প্রাথমিক নহয় ?

(ক) ৰঙা

(খ) নীলা

(গ) ক’লা

(ঘ) সেউজীয়া

উত্তৰঃ (গ) ক’লা ।


27. বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কি ধাতুৰ ?

(ক) টাংষ্টেন

(খ) তাম

(গ) এলুমিনিয়াম

(ঘ) নিকেল

উত্তৰঃ (ক) টাংষ্টেন ।


28. ভৰ আৰু শক্তিৰ মাজত থকা সম্বন্ধ E= mc2 কোনে আগবঢ়াইছিল ?

(ক) নিলস বােৰ

(খ) ৰাডাফ’র্ড

(গ) ৰন্টজেন

(ঘ) আইনষ্টাইন

উত্তৰঃ (ঘ) আইনষ্টাইন ।


29. অৱতল দাপােণ এখনত লক্ষ্য বস্তু এটাৰ সম আকাৰৰ কিন্তু ওলােটা আৰু সৎ প্রতিবিম্ব যদি গঠিত হয়, তেনেহলে লক্ষ্য বস্তুৰ দূৰত্ব -----

(ক) ফ’কাছ দৈর্ঘ্যতকৈ কম

(খ) ফ’কাছ দৈৰ্ঘ্যৰ সমান (u = f)

(গ) ফকাছ দৈৰ্ঘ্যৰ দুগুণ (u=2f)

(ঘ) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণৰ অধিক

উত্তৰঃ (গ) ফকাছ দৈৰ্ঘ্যৰ দুগুণ (u=2f)


30. বিদ্যুত বৰ্ত্তনীত ব্যৱহাৰ কৰা ফিউজ তাঁৰৰ বৈশিষ্ট্য কি ?

(ক) উচ্চৰােধ, উচ্চ গলনাংক

(খ) নিম্নৰােধ, উচ্চ গলনাংক

(গ) উচ্চ ৰােধ, নিম্ন গলনাংক

(ঘ) নিম্নৰােধ, নিম্ন গলনাংক

উত্তৰঃ (গ) উচ্চ ৰােধ, নিম্ন গলনাংক ।

Comments