Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2023 Important question in General Science -4
1.প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উঃ ফ্রিয়ন ।
2.প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।
3.প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উঃ নীলচ ব'ৰ ।
4.প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক'ত সাজি উলিওৱা হৈছিল ?
উঃ ১৭৯০ চনত চুইজাৰলেগুত ।
5.প্ৰশ্ন: উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
উঃ পানীৰ পৰা।
6.প্ৰশ্ন: আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
উঃ ব্লেক আইৰণ উড (অফ্রিকা)।
7.প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १
উঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।
8.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক'ত অৱস্থিত ।
উঃ কোল্ট বেড উড (কালিফ'র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।
9.প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
উঃ পিয়াজ ।
10.প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
উঃ কলম্বিয়া ।
11.প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
উঃ আর্ক ইণ্ডিকেটৰ ।
12.প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?
উ: প্ৰোটিন।
13.প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি?
উ: চুক্ৰ'জ।
14.প্ৰশ্ন:সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
উঃ বাৰগাটে ।
15.প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
উঃ চামৰা শিল্প।
16.প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
উঃ মাহজাতীয় উদ্ভিদে।
17.প্ৰশ্ন:আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
উঃ টালিপট ।
18.প্ৰশ্ন:কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?
উঃ নাচপতি ।
19.প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?
উঃ ফল ।
20.প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ?
উঃ এচিটিক এচিড।
- Get link
- X
- Other Apps
Comments
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Thank you 😊
ReplyDelete