Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2023 Important question Assam -2

 1. তলৰ কোনটোৰ বাবে ভাৰতীয় নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে?

(ক) গণতান্ত্রিক চৰকাৰ গঠনৰ বাবে

(খ) নিৰপেক্ষ ন্যায়পালিকা প্রতিষ্ঠাৰ বাবে

(গ) ধর্মনিৰপেক্ষ সমাজবাদী আদর্শ প্রতিষ্ঠাৰ বাবে

(ঘ) নাগৰিকৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষাৰ বাবে।

উত্তৰ : (ঘ) নাগৰিকৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষাৰ বাবে।


2. নৱগ্রহ মন্দিৰ কাৰ ৰাজত্বকালত নির্মাণ কৰা হৈছিল—

(ক) ৰাজেশ্বৰ সিংহ

(খ) ৰুদ্ৰ সিংহ

(গ) জয়ধ্বজ সিংহ

(ঘ) চুহুংমুং

উত্তৰঃ (ক) ৰাজেশ্বৰ সিংহ


3. আহােম ৰজাসকলক মৃত্যুৰ পাছত কি প্ৰথাৰে সৎকাৰ কৰিছিল ?

(ক) মৈদাম

(খ) কবৰ

(গ) দাহন।

(ঘ) এটাও নহয়

উত্তৰঃ (ক) মৈদাম ।


4. ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল—

(ক) জয়মতী

(খ) মূলাগাভৰু

(গ) ৰমণী গাভৰু

(ঘ) পিজৌ গাভৰু

উত্তৰঃ (ক) জয়মতী।


5. ৰংপুৰৰ অর্থ—

(ক) মনােৰঞ্জন নগৰী

(খ) ৰাজধানী।

(গ) মনােৰঞ্জন কৰা নগৰী

(ঘ) এটাও নহয়

উত্তৰঃ (গ) মনােৰঞ্জন কৰা নগৰী


6. আহােমৰ শেষ ৰাজধানী আছিল—

(ক) যােৰহাট

(খ) নগাঁও

(গ) গুৱাহাটী

(ঘ) শিৱসাগৰ

উত্তৰঃ (ক) যােৰহাট ।


7. কীৰ্ত্তনঘােষা কোনে ৰচনা কৰিছিল—

(ক) শঙ্কৰদেৱ

(খ) মাধৱদেৱ

(গ) পুরুষােত্তম বিদ্যাবাগীষ

(ঘ) অনন্ত কন্দলী

উত্তৰঃ (ক) শঙ্কৰদেৱ ।


8. 'কথাগীত' কোনে ৰচনা কৰিছিল—

(ক) শঙ্কৰদেৱ

(খ) অনন্ত কন্দলী

(গ) ৰামসৰস্বতী

(ঘ) ভট্টদেৱ

উত্তৰঃ (ঘ) ভট্টদেৱ ।


9. মাধৱদেৱৰ জন্ম হয়।

(ক) ১৪৮৯ খ্রীঃত

(খ) ১৪৮৮ খ্রীঃত

(গ) ১৫৮৯ খ্রীঃত

(ঘ) ১৫৮৮ খ্রীঃত

উত্তৰ: উত্তৰঃ (ক) ১৪৮৯ খ্রীঃত ।


10. আহােমৰ পূৰ্বপুৰুষসকল আছিল--

(ক) মুংমাও

(খ) মুত্ত্বও

(গ) চৰাইদেউ

(ঘ) খানজং

উত্তৰঃ (ক) মুংমাও ।


11. প্রথম মােৱামৰীয়া বিদ্রোহ হৈছিল—

(ক) ১৭৬০ খ্রীঃত

(খ) ১৭৬৯ খ্রীঃত

(গ) ১৮৬০ খ্রীঃত

(ঘ) ১৮৬৯ খ্রীঃত

উত্তৰঃ (খ) ১৭৬৯ খ্রীঃত ।


12. মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল---

(ক) ১৭১৭ খ্রীঃত

(খ) ১৭ ১৮ খ্রীঃত

(গ) ১৮১৭ খ্রীঃত

(ঘ) ১৮১৮ খ্রীঃত

উত্তৰঃ (গ) ১৮১৭ খ্রীঃত ।


13. মিঙ্গিমাহা বান্দুলা আছিল—

(ক) মান সেনাপতি

(খ) মান ৰজা

(গ) কবি ।

(ঘ) এটাও নহয়

উত্তৰঃ (ক) মান সেনাপতি ।


14. মানৰ তৃতীয় আক্রমণ হৈছিল--

(ক) ১৮২০

(খ) ১৮২১

(গ) ১৯২০

(ঘ) ১৯২১

উত্তৰঃ (খ) ১৮২১


15. নামদাঙৰ শিলৰ সাকো কোনে সজাইছিল।

(ক) ৰুদ্ৰসিংহ

(খ) শিৱসিংহ

(গ) প্রতাপ সিংহ

(ঘ) জয়ধ্বজ সিংহ

উত্তৰঃ (ক) ৰুদ্ৰসিংহ ।


16. মানৰ প্রথম আক্রমণ হৈছিল—

(ক) ১৮২৬ খ্রীঃত

(খ) ১৮১৭ খ্রীঃত

(গ) ১৯১৬ খ্রীঃত

(ঘ) ১৯১৭ খ্রীঃত

উত্তৰঃ (খ) ১৮১৭ খ্রীঃত ।


17. কৃষ্ণৰাম ভট্টাচার্য্যক অসমত ক'ত থাকিবলৈ দিয়া হৈছিল যাক পৰ্বতীয়া গোঁসাই বুলি জনা গৈছিল—

(ক) নীলাচল পাহাৰ

(খ) কামাখ্যা পাহাৰ

(গ) দেও পাহাৰ

(ঘ) বুঢ়া পাহৰ

উত্তৰঃ (খ) কামাখ্যা পাহাৰ


18. নাগৰিকৰ মৌলিক কর্তব্যবােৰ

(ক) মূল সংবিধানৰ অংশ।

(খ) ৪৪ তম সংশােধনীৰ দ্বাৰা অন্তর্ভুক্ত কৰা।

(গ) ৪২ তম সংশােধনীৰ দ্বাৰা অন্তর্ভুক্ত কৰা।

(ঘ) সংসদে সুকীয়া আইন কৰি সংবিধানত অন্তর্ভুক্ত কৰা।

উত্তৰঃ (গ) ৪২ তম সংশােধনীৰ দ্বাৰা অন্তর্ভুক্ত কৰা ।


19. তলৰ কোন অনুচ্ছেদে মৌলিক কর্তব্যৰ ৰূপৰেখা দিয়ে?

(ক) ১৫ (ক) অনুচ্ছেদ

(খ) ৪৫ (ক) অনুচ্ছেদ

(গ) ৫১ (ক) অনুচ্ছেদ

(ঘ) ১৬৫ (ক) অনুচ্ছেদ

উত্তৰ : (গ) ৫১ (ক) অনুচ্ছেদ ।


20. আহােমৰ প্ৰথমৰজা জন আছিল—

(ক) চুকাফা

(খ) চুদাংফা

(গ) চুক্লেংমুং

(ঘ) চুতেফা

উত্তৰঃ (ক) চুকাফা ।


21. আহােম ৰাজবংশ কেতিয়া প্রতিষ্ঠা হয়।

(ক) ১২২৬ খ্রীঃত

(খ) ১২২৮ খ্রীঃত

(গ) ১৩২৬ খ্রীঃত

(ঘ) ১৩২৮ খ্রীঃত

উত্তৰঃ (খ) ১২২৮ খ্রীঃত ।


22. আহােম সমাজত দেউধাই আৰু বাইলুংসকলক কোৱা হয়--

(ক) পূজাৰী

(খ) কবি

(গ) লেখক।

(ঘ) খেতিয়ক

উত্তৰঃ (ক) পূজাৰী ।


23. আহােমৰ শাসন ব্যৱস্থাত খেল প্ৰথাৰ প্ৰচলন কৰিছিল—

(ক) মােমাই তামুলী বৰবৰুৱা

(খ) চোমদেব

(গ) সুকুমাৰ বৰকাইথ।

(ঘ) লালুকসােলা বৰফুকন

উত্তৰঃ (ক) মােমাই তামুলী বৰবৰুৱা ।


24. হস্তীবিদ্যার্ণৱৰ লেখক আছিল।

(ক) সুকুমাৰ বৰকাইথ

(খ) ৰাঘৱ

(গ) মােমাই তামুলী বৰবৰুৱা

(ঘ) চোমদেব

উত্তৰঃ (ক) সুকুমাৰ বৰকাইথ ।


25. ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়—

(ক) ১৮২৬

(খ) ১৮২৪

(গ) ১৭২৬

(ঘ) ১৭২৪

উত্তৰঃ (ক) ১৮২৬


26. নাগৰিকৰ মৌলিক অধিকাৰত যুক্তিসংগত বাধা আৰােপৰ বাবে তলৰ কোনটো কর্তৃপক্ষক সংবিধানে কর্তৃত্ব প্রদান কৰিছে ?

(ক) উচ্চতম ন্যায়ালয়

(খ) ৰাষ্ট্রপতি

(গ) সংসদ

(ঘ) মন্ত্রী পৰিষদ

উত্তৰঃ (গ) সংসদ ।


27. কোনাে ব্যক্তিক অবৈধভাবে আবদ্ধ কৰি ৰাখিলে তলৰ কোনটো লেখ প্রযােজ্য হয় ?

(ক) বন্দী উপস্থাপন সমাদেশ।

(খ) পৰমাধিদেশ।

(গ) কৈফিয়ৎ তলবী

(ঘ) উৎপ্রেষণ

উত্তৰঃ (ক) বন্দী উপস্থাপন সমাদেশ ।


28. বৈধভাৱে নিযুক্ত নােহােৱালৈকে কোনাে লােকক সেই পদবীত কাম কৰাৰ পৰা বিৰত ৰাখিবলৈ তলৰ কোনটো লেখ জাৰি কৰিব পাৰি ?

(ক) কৈফিয়ৎ তলবী

(খ) বন্দী উপস্থাপন সমাদেশ

(গ) পৰমাধিদেশ

(ঘ) উৎপ্রেষণ

উত্তৰঃ (ক) কৈফিয়ৎ তলবী ।


29.কোনাে লােকে বা কর্তৃপক্ষই নিজৰ দায়িত্ব পালন কৰিবলৈ অনিচ্ছুক হলে তলৰ কোনটো লেখ জাৰি কৰি সেই দায়িত্ব পালন কৰিবলৈ বাধ্য কৰাব পাৰে?

(ক) বন্দী উপস্থাপন সমাদেশ

(খ) পৰমাধিদেশ

(গ) কৈফিয়ৎ তলবী

(ঘ) উৎপ্রেষণ

উত্তৰঃ (খ) পৰমাধিদেশ ।


30. উচ্চ ন্যায়ালয়ে তলৰ কোনটো লেখ জাৰি কৰি কোনাে কর্তৃপক্ষৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নপৰা কাম কৰাত বাধা দিব পাৰে?

(ক) নিষেধাজ্ঞা

(খ) পৰমাধিদেশ

(গ) কৈফিয়ৎ তলবী

(ঘ) উৎপ্রেষণ

উত্তৰঃ (ক) নিষেধাজ্ঞা ।


Comments