Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2023 Important question Assam -7

1. কৃত্রিম উপগ্রহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী কোন ?

(ক) মাইকেল কলিন্স

(খ) নিল আমষ্ট্রং

(গ) ইয়ুৰি গাগাৰিন

(ঘ) এডুইন এলড্রিন

উত্তৰঃ (গ) ইয়ুৰি গাগাৰিন ।


2. তলৰ কোনখন নদীগ্রস্ত উপত্যকাৰে বৈ গৈছে ?

(ক) গংগা

(খ) নর্মদা

(গ) ব্রহ্মপুত্র

(ঘ) কৃষ্ণা

উত্তৰঃ (খ) নর্মদা ।


3. ভাৰতৰ কোন ঠাইত হীৰাৰ

খনি আছে?

(ক) অন্ধ্র প্রদেশৰ গােলকোণ্ডাত

(খ) মধ্য প্রদেশৰ পান্না অঞ্চলত

(গ) তামিলনাডুৰ নাইভেলি অঞ্চলত

(ঘ) কর্ণাটকৰ কোলাৰত

উত্তৰঃ (খ) মধ্য প্রদেশৰ পান্না অঞ্চলত ।


4. ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয় ?

(ক) কর্ণাটক

(খ) কেৰালা

(গ) উৰিষ্যা

(ঘ) পশ্চিমবঙ্গ

উত্তৰঃ (ক) কর্ণাটক ।


5. দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি?

(ক) আনাই মুডী

(খ) জনা নাযায়

(গ) উদাবেটা

(ঘ) উটকমাণ্ড

উত্তৰঃ (ক) আনাই মুডী ।


6. ভাৰতৰ গঁড়ৰ বিশেষত্ব কি?

(ক) দুশিঙীয়া গঁড়

(খ) এশিঙীয়া গঁড়

(গ) ছালৰ ঘনত্ব

উত্তৰঃ (খ) এশিঙীয়া গঁড়।


7. ৰাষ্ট্রপতি ভৱনটো কোন শিলাখণ্ডত অৱস্থিত ?

(ক) আৰাৱলী শিল

(খ) সাতপুৰা শিল

(গ) ৰাইছেনা শিল

(ঘ) ওপৰৰ কোনােটো নহয়

উত্তৰঃ (গ) ৰাইছেনা শিল।


8. ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে?

(ক) লেহ

(খ) গেংটক

(গ) চিমলা

(ঘ) টাৱাং

উত্তৰঃ (ঘ) টাৱাং ।


9. তলত উল্লিখিত কোনখন ৰাজ্যৰ স্থল আৰু সাগৰীয় পৰিসীমা নাই?

(ক) মহাৰাষ্ট্র

(খ) গুজৰাট

(গ) পশ্চিমবঙ্গ

(ঘ) ৰাজস্থান

উত্তৰঃ (ঘ) ৰাজস্থান।


10. ভাৰতৰ কোন ঠাইত বনগাধ পােৱা যায় ?

(ক) নীলগিৰি অঞ্চল

(খ) মালরা মালভূমি

(গ) সুবন

(ঘ) কচ্ছ উপসাগৰ

উত্তৰঃ (ঘ) কচ্ছ উপসাগৰ।


11. নগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযােজিত ?

(ক) কহিমা

(খ) চুমুকাড়িমা

(গ) মােককচাঙ

(ঘ) ডিমাপুৰ

উত্তৰঃ (ঘ) ডিমাপুৰ।


12. তলৰ কোনখন ৰাজ্যৰ জনমূৰি বিদ্যুৎ উপভােগৰ পৰিমাণৰ বেছি ?

(ক) মহাৰাষ্ট্র

(খ) মেঘালয়

(গ) পাঞ্জাৱ

(ঘ) তামিলনাড়ু

উত্তৰঃ (ক) মহাৰাষ্ট্র।


13. লােৰ-আকৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পােৱা যায় ?

(ক) বিহাৰ

(খ) গােৱা

(গ) কর্ণাটক

(ঘ) মধ্য প্রদেশ

উত্তৰঃ (ঘ) মধ্য প্রদেশ।


14. আটাইতকৈ বেছি ধান কোনখন দেশে উৎপাদন কৰে ?

(ক) পশ্চিমবঙ্গ

(খ) অন্ধ্র প্রদেশ

(গ) তামিলনাড়ু

(ঘ) মহাৰাষ্ট্র

উত্তৰঃ (ক) পশ্চিমবঙ্গ।


15. ঘেহু উৎপাদন আটাইতকৈ বেছি হয়?

(ক) পঞ্জাৱ

(খ) উত্তৰ প্রদেশ

(গ) হাৰিয়ানা

(ঘ) মহাৰাষ্ট্র

উত্তৰঃ (খ) উত্তৰ প্ৰদেশ।


16. ভাৰতৰ প্ৰথম কয়লা খনি প্রকল্প থকা ৰাজ্যখন হৈছে

(ক) ৰাণীগঞ্জ

(খ) চিংগেৰনী

(গ) ধানবাদ।

(ঘ) আহমেদাবাদ

উত্তৰঃ (ক) ৰাণীগঞ্জ ।


17. ভাৰতৰ ক'ত প্রথম কপাহী কল প্রতিষ্ঠা হৈছিল ?

(ক) কলকাতা

(খ) মুম্বাই

(গ) চেন্নাই

(ঘ) আহমদাবাদ

উত্তৰঃ (ক) কলকাতা।


18. গংগা নদীৰ প্ৰধান উপনদী নহয় ?

(ক) গােমটি

(খ) ঘাগৰা

(গ) বিটৱা

(ঘ) যমুনা

উত্তৰঃ (গ) বিটৱা।


19. ভাৰতৰ “ৰূঢ়” অল কোনটো ?

(ক) বম্বে পুনে উদ্যোগ অঞ্চল।

(খ) কলিকতাৰ আশে-পাশে থকা অঞ্চল

(গ) পাচনৰ পৰা কুলাটি আৰু বণিপুৰ (পশ্চিমবংগ)

(ঘ) কৰমণ্ডল উপকুল।

উত্তৰঃ (গ) পাটনাৰ পৰা কুলটি আৰু বণিপুৰ (পশ্চিমবংগ)।


10. তলত উল্লিখিত এখন ৰাজ্যত হিন্দু সংখ্যালঘু ধৰ্মীয় লােক দেখা যায় -

(ক) কেৰালা

(খ) মেঘালয়

(গ) পাঞ্জাৱ

(ঘ) জম্মু আৰু কাশ্মীৰ

উত্তৰঃ (ঘ) জম্মু আৰু কাশ্মীৰ ।


11. বছৰেকীয়া, মাহেকীয়া আৰু পষেকীয়া বৰষুণৰ পৰিমাণ আটাইতকৈ বেছি

(ক) চেৰাপুঞ্জী

(খ) মৌছিনৰাম

(গ) ৱেইলি

(ঘ) চানাই

উত্তৰঃ (খ) মৌছিনৰাম।


12. এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত ঠাইখনৰ নাম কি?

(ক) নগাঁও

(খ) তেজপুৰ

(গ) বাংগালুৰ

(ঘ) টোকলাই

উত্তৰঃ (ঘ) টোকলাই ।


13. তলত উল্লিখিত কোনটো লাে-তীখা কেন্দ্ৰ ৰাজ্য চৰকাৰৰ অধীনত ?

(ক) দুর্গাপুৰ

(খ) ভদ্ৰাৱতী

(গ) জামছেদপুৰ

(ঘ) ৰুৰকেল্লা

উত্তৰঃ (খ) ভদ্ৰাৱতী ।


14. ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ?

(ক) উত্তৰ প্রদেশ

(খ) মধ্য প্রদেশ

(গ) মহাৰাষ্ট্র

(ঘ) ৰাজস্থান

উত্তৰঃ (ঘ) ৰাজস্থান ।


15. ভাৰতৰ সৰ্বমুঠ কিমানটা ৰাষ্ট্ৰীয় পথ আছে?

(ক) ৫৬ টা

(খ) ৩২ টা

(গ) ৪৪ টা

(ঘ) ১০৪ টা

উত্তৰঃ (ক) ৫৬ টা ।


16. এছিয়াৰ সৰ্ববৃহৎ বস্তী অঞ্চল ধৰাবী অৱস্থিত ?

(ক) মুম্বাই চহৰত

(খ) কৰাচী

(গ) মানিলা

(ঘ) কলকাতা

উত্তৰঃ (ক) মুম্বাই চহৰত।


17. দক্ষিণ ভাৰতৰ বেছিভাগ নদীয়েই বৈ আহে ?

(ক) উত্তৰৰ পৰা দক্ষিণলৈ

(খ) দক্ষিণৰ পৰা উত্তৰলৈ

(গ) পূবৰ পৰা পশ্চিমলৈ

(ঘ) পশ্চিমৰ পৰা পূবলৈ

উত্তৰঃ (ঘ) পশ্চিমৰ পৰা পূবলৈ।


18. মধ্য হিমালয়ৰ উচ্চতা হৈছে ?

(ক) ৫,০০০ মিটাৰ

(খ) ৪,০০০ মিটাৰ

(গ) ৩,৫০০ মিটাৰ

(ঘ) ৩,০০০ মিটাৰ

উত্তৰঃ (খ) ৪,০০০ মিটাৰ।


19. হিমালয় অঞ্চলৰ নদীসমুহৰ কোনটো অশুদ্ধ?

(ক) বেছিভাগ নদীয়েই তিবৃতত উৎপত্তি হৈছে

(খ) হিমালয়ৰ পৰা উৎপত্তি হৈছে

(গ) কিছুমান নদী হিমালয়তকৈ প্রাচীন

(ঘ) গভীৰ খাদসমূহ পােৱা যায়

উত্তৰঃ (ক) বেছিভাগ নদীয়েই তিবৃতত উৎপত্তি হৈছে।


20. ভাৰত উপদ্বীপীয় অঞ্চলৰ আটাইতকৈ ডাঙৰ নদীখন হৈছে -

(ক) কৃষ্ণা

(খ) গােদাবৰী

(গ) মহানদী

(ঘ) কাবেৰী

উত্তৰঃ (খ) গােদাবৰী।


21. নর্মদা নদীখন উৎপত্তি হৈছে -

(ক) ছত্তিছগড়

(খ) মানদালা

(গ) অমৰ কণ্টক

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) অমৰ কণ্টক।


22. ভাৰতৰ ক’ত নিকেল পােৱা যায় ?

(ক) বিহাৰ

(খ) উৰিষ্যা

(গ) পশ্চিমবংগ

(ঘ) মধ্য প্রদেশ

উত্তৰঃ (খ) উৰিষ্যা ।


23. মাধ্যমিক শিক্ষা আয়ােগৰ মতে মজলীয়া স্তৰৰ পাঠ্যক্রমত কোনটো থাকিবনালাগে?

(ক) ভাষা

(খ) সাধাৰণ বিজ্ঞান

(গ) শাৰীৰিক শিক্ষা

(ঘ) বাণিজ্য শিক্ষা

উত্তৰঃ (ঘ) বাণিজ্য শিক্ষা ।


24. মাধ্যমিক শিক্ষা আয়ােগৰ পূৰ্বলােকন মতে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমত কোনটো বিষয় মৌলিক নহয় ?

(ক) মাতৃভাষা

(খ) হিন্দী

(গ) উচ্চ ইংৰাজী

(ঘ) চিকিৎসা বিজ্ঞান

উত্তৰঃ (ঘ) চিকিৎসা বিজ্ঞান ।


25. পৰীক্ষা ব্যৱস্থা সংক্ৰান্তত মাধ্যমিক শিক্ষা আয়ােগে তলৰ কোনটো পৰামৰ্শ আগবঢ়োৱা নাছিল ?

(ক) বাহ্যিক পৰীক্ষা কমাব লাগে।

(খ) পাঠ্যক্রম সমাপনৰ অন্তত এটা ৰাজহুৱা পৰীক্ষা পাতিব লাগে।

(গ) চুড়ান্ত পৰীক্ষাত কম্পার্টমেনটেল ব্যৱস্থা থাকিব লাগে। (ঘ) ঘৰতে পৰীক্ষা দিয়াৰ ব্যৱস্থা থাকিব।

উত্তৰঃ (ঘ) ঘৰতে পৰীক্ষা দিয়াৰ ব্যৱস্থা থাকিব ।


26. জাতীয় শিক্ষানীতি গ্রহণ কৰা হৈছিল ---

(ক) ১৯৮৫ চনত

(খ) ১৯৮৬ চনত

(গ) ১৯৭০ চনত

(ঘ) ১৯১২ চনত

উত্তৰঃ (খ) ১৯৮৬ চনত ।


27. জাতীয় শিক্ষানীতিয়ে সমতাৰ শিক্ষাত কোনটো কথাত গুৰুত্ব দিয়া নাছিল ?

(ক) স্ত্রী শিক্ষাৰ বিকাশ

(খ) সংখ্যালঘুৰ বাবে শিক্ষা।

(গ) বাধাগ্রস্তৰ বাবে শিক্ষা ।

(ঘ) খেতিয়কৰ বাবে শিক্ষা।

উত্তৰঃ (ঘ) খেতিয়কৰ বাবে শিক্ষা।


28. ৰাষ্ট্ৰীয় শিক্ষানীতিত মাধ্যমিক শিক্ষাৰ উন্নয়নৰ বাবে তলৰ কোনটো ব্যৱস্থাৰ পৰামর্শ দিছিল?

(ক) নবােদয় বিদ্যালয় স্থাপন

(খ) কৃষি বিদ্যালয় স্থাপন

(গ) গ্রাম্য বিদ্যালয় স্থাপন

(ঘ) ওপৰৰ কোনােটোৱেই নহয়

উত্তৰঃ (ক) নবােদয় বিদ্যালয় স্থাপন ।


29. মাধ্যমিক শিক্ষাৰ কোনটো স্তৰত বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পৰামর্শ দিছিল ?

(ক) + ২ স্তৰ

(খ) + ৩ স্তৰ

(গ) অষ্টম শ্রেণীত

(ঘ) ওপৰৰ কোনােটোৱই নহয়

উত্তৰঃ(ক) + ২ স্তৰ ।


30. ৰামমূৰ্ত্তি পর্যালােচনা সমিতি ১৯৯০ৰ অধ্যক্ষ আছিল --

(ক) আচার্য ৰামমূর্তি

(খ) জনক ৰামমূৰ্ত্তি

(গ) ভট্টদেৱ ৰামমূৰ্ত্তি

(ঘ) গণেশ ৰামমূৰ্ত্তি

উত্তৰঃ (ক) আচার্য ৰামমূর্তি ।



Comments