Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment ..General Science Total Question-33

 Assam Direct Recruitment ৰ বাবে কেইটামান বিজ্ঞানভিত্তিক সাধাৰণ জ্ঞানৰ প্ৰশ্ন --


1.প্ৰশ্ন: পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি १

উঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।


2.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক'ত অৱস্থিত ।

উঃ কোল্ট বেড উড (কালিফ'র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।


3.প্ৰশ্ন: বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?

উঃ পিয়াজ ।


4.প্ৰশ্ন: পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?

উঃ কলম্বিয়া ।


5.প্ৰশ্ন: উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?

উঃ আর্ক ইণ্ডিকেটৰ ।


6.প্ৰশ্ন:পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয়?

উ: প্ৰোটিন।


7.প্ৰশ্ন:কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি?

উ: চুক্ৰ'জ।


8.প্ৰশ্ন:সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?

উঃ বাৰগাটে ।


9.প্ৰশ্ন:এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?

উঃ চামৰা শিল্প।


10.প্ৰশ্ন:কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?

উঃ মাহজাতীয় উদ্ভিদে।


11.প্ৰশ্ন:আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?

উঃ টালিপট ।


12.প্ৰশ্ন:কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?

উঃ নাচপতি ।


13.প্ৰশ্ন:বিলাহী প্রকৃততে ফল নে পাচলি ?

উঃ ফল ।


14.প্ৰশ্ন:বিলাহীত থকা এচিডবিধৰ নাম কি ?

উঃ অকজেলিক এছিড।


15.প্ৰশ্ন:বিশ্বৰ অন্যতম জনপ্রিয় পানীয় 'চাহ খােৱাৰ প্রথা প্রথম কোন দেশত কেতিয়া প্রচলিত হৈছিল ?

উঃ চীনদেশত ১২ শ শতিকাত । সেই দেশৰ ঝেন সন্ন্যাসী সম্প্রদায়ে সকলাে ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাবে চাহক ব্যৱহাৰ কৰিছিল ।


16.প্ৰশ্ন:পৃথিবীৰ ভিতৰত সর্বাধিক আফিং বা কানি উৎপাদন হােৱা অঞ্চলটো সােণালী ত্রিভুজ (Golden Triangle) নামে খ্যাত। এই ত্রিভূজ গঠন কৰা দেশ তিনিখনৰ নাম কি?

উঃ থাইলেও, ম্যানমাৰ আৰু লাওচ ।


17.প্ৰশ্ন:আঙুৰত খকা এচিড বিধৰ নাম কি।

উ: চাইট্রিক এটিড।


18.প্ৰশ্ন:আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি ?

উঃ এমানিটা ফেলইডিছ।


19.প্ৰশ্ন:বাঘ মাৰিবৰ বাবে প্রয়ােগ কৰা বিহ হিচাবে কোটিল্যৰ অর্থ শাস্ত্রত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে।উদ্ভিদবিধৰ নাম কি ?

উঃ কডমিলেট।


20.প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক'ত আছে ?

উ: কেলিফৰ্নিয়া হুইলাৰ শৃংগত থকা এজোপা পাইন গছ। এই গছজোপা বয়স ৫ হাজাৰৰ অধিক ।


21.প্ৰশ্ন: পৃথিৱীৰ অকলশৰীয়া গছজোপা ক'ত আছে ?

উঃ নাইজেৰিয়াৰ মকভূমি অঞ্চলত । এইজোপা গছৰ পৰা চাৰিওপিনে ৩১ মাইল দূৰলৈকে কোনাে গছ নাই ।


22.প্ৰশ্ন: ৰাজস্থানৰ পােখৰাণত কৰা ভাৰতৰ প্রথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল ?

উ: স্মাইলিং বুদ্ধা।


23.প্ৰশ্ন: ভাৰতত স্থাপন কৰা প্রথম আনবিক ৰিয়েক্টৰটোৰ নাম কি?

উ: অপ্সৰা।


24.প্ৰশ্ন: ভাৰতৰ ভাবা পাৰমাণৱিক গবেষণা কেন্দ্রৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি।

উ: ধ্ৰুৱ।


25.প্ৰশ্ন:মহাকাশত কোনাে বস্তৰ ওজন কিমান ?

উ: শূণ্য।


26.প্ৰশ্ন: কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ?

উঃ টেলিভিছন।


27.প্ৰশ্ন: পোহৰে ঢো সৃষ্টি কৰে, এই কথা প্রমাণ কৰা বিজ্ঞানীজন কোন ?

উ: টমাছ ইয়ং।


28.প্ৰশ্ন:কোনবিধ পদার্থক দাৰ্শনিক শিল' (Philospher's Stone) বোলা হয় ?

উঃ জিংক অক্সাইড।


29.প্ৰশ্ন: কোনবিধ উদ্ভিদৰ মূল, কাণ্ড আৰু শিপা নাই ?

উঃ ৰাফ্লেছিয়া ।


30.প্ৰশ্ন: গছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাবি ?

উঃ গা-গছৰ বছেৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি।


31.প্ৰশ্ন: উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােন বিধৰ নাম কি ?

উঃ অক্সিন।


32.প্ৰশ্ন:উদ্ভিদৰ জীবনী শক্তি বা জ্ঞান পাব পৰা যন্ত্রটোৰ নাম কি ?

উঃ ক্রিচকোগ্রাফ।


33.প্ৰশ্ন: চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সােমায় যায়।সেই এচিডবিধৰ নাম কি ?

উঃ ফৰমিক এচিড।

Comments