Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

GK in History -40 কিমান চনত কি হৈছিল

 1.     ১৬৭১ শৰাইঘাট যুদ্ধ 

২.     ১৬৮২ ইটাখুলি ৰণ 

৩.    ১৯৪৮ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা 

৪.    ১৮২৩ অসমত চাহ আবিষ্কাৰ 

৫.    ১৯২০ অসহযোগ আন্দোলন 

৬.    ১৯৬১ অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি 

৭.    ১৮৮২ অসমত ৰেলসেৱা প্ৰৱতন কৰা হয় 

৮.    ১৯১২ টাইটানিক জাহাজ ডুব গৈছিল 

৯.    ১৯৭০ গুৱাহাটী ত চাহ উদ্যোগ প্ৰতিষ্ঠা 

১০.    ২০০৩ B.T.C  গঠন 

১১.    ২০১৫ নিটি আয়োগ গঠন 

১২.    ১৯৫২ বড়ো সাহিত্য সভা গঠন 

১৩.    ১৯৭৩ অসমৰ ৰাজধানী দিচপুৰত স্থাপন 

১৪.    ১৯৩৪ অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি 

১৫.    ১৯৮২ NABARD প্ৰতিষ্ঠা 

১৬.     ১৯৫৪ নিৰ্বাচিত আয়োগ গঠন 

১৭.    ১৯৪৮ গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা 

১৮.     ১৯৬৪  IDBI বেংক প্ৰতিষ্ঠা 

১৯.    ১৯৭১ অসমত কাগজ কল স্থাপন 

২০.     ১৫২৬ পানিপথৰ প্ৰথম যুদ্ধ 

২১.    ১৫৫৬ পানীপথৰ দ্বিতীয় যুদ্ধ 

২২.    ১৭৬১পানীপথৰ ৩য় যুদ্ধ 

২৩.     ১৯১৭ অসম সাহিত্য সভা গঠন 

২৪.     ১৯৪২ ভাৰত ত্যাগ আন্দোলন৷ 

২৯.     ১৯৩৫ জয়মতী ছবি মুক্তি লাভ 

৩০.    ১৯১৩ ৰবীন্দ্ৰনাথৰ ঠাকুৰক নবেল বঁটা প্ৰদান কৰা হয় !

৩১.    ১৭৫৭ প্লাচিৰ যুদ্ধ 

৩২.    ১৮৮৯ জোনাকী আলোচনী প্ৰকাশ 

৩৩.    ১৮৮৮ অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন 

৩৪.    ১৬৬২ মিৰজুমলাৰ অসম আক্ৰমণ 

৩৫.     ১৮৩৭ অসমত বাংলা ভাষাৰ প্ৰচলন 

৩৬.     ১৮৭৩ বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন 

৩৭.    ১৯৬৯ অসম কৃষি বিশ্ববিদ্যালয় গঠন 

৩৮.    ১৯০৫ অসম এছচিয়েচনৰ প্ৰথম অধিবেশন 

৩৯.    ১৯৬৮ শিলচৰ মেডিকেল কলেজ স্থাপন 

৪০.    ১৮৮৪ যোৰহাট সাৰ্বজনিক সভা গঠন 

Comments