Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Important Date's for ADR 2023 Total questions -68
Important Dates/Events
1. ১৪৯৮ = ভাস্কো-ডা-গামাৰ ভাৰতলৈ সাগৰ পথ আৱিষ্কাৰ
2. ১৬৭১ = শৰাইঘাট যুদ্ধ
3. ১৬৮১ = ইটাখুলি ৰণ
4. ১৯৪৮ = গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা
5. ১৮২৩ = অসমত চাহ আবিষ্কাৰ
6. ১৯২০ = অসহযোগ আন্দোলন
7. ১৯৬১ = অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ স্বীকৃতি
8. ১৮৮২ = অসমত ৰেলসেৱা প্ৰৱৰ্তন কৰা হয়
9. ১৯১২ = টাইটানিক জাহাজ ডুব গৈছিল
10. ১৯৭০ = গুৱাহাটীত চাহ উদ্যোগ প্ৰতিষ্ঠা
11. ২০০৩ = B.T.C গঠন
12. ২০১৫ = নীতি আয়োগ গঠন
13. ১৯৫২ = বড়ো সাহিত্য সভা গঠন
14. ১৯৭৩ = অসমৰ ৰাজধানী দিচপুৰত স্থাপন
15. ১৯৩৪ = অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীতৰ
স্বীকৃতি
16. ১৯৮২ = NABARD প্ৰতিষ্ঠা
17. ১৯৫৪ = নিৰ্বাচিত আয়োগ গঠন
18. ১৯৪৮ = গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা
19. ১৯৬৪ = IDBI বেংক প্ৰতিষ্ঠা
20. ১৯৭১ = অসমত কাগজ কল স্থাপন
21. ১৫২৬ = পানিপথৰ প্ৰথম যুদ্ধ
22. ১৫৫৬ = পানীপথৰ দ্বিতীয় যুদ্ধ
23. ১৭৬১ = পানীপথৰ ৩য় যুদ্ধ
24. ১৯১৭ = অসম সাহিত্য সভা গঠন
25. ১৯৪২ = ভাৰত ত্যাগ আন্দোলন৷
26. ১৯৩৫ = জয়মতী ছবি মুক্তি লাভ
27. ১৯১৩ = ৰবীন্দ্ৰনাথৰ ঠাকুৰক নবেল বঁটা প্ৰদান
28. ১৭৫৭ = পলাচীৰ যুদ্ধ
29. ১৮৮৯ = জোনাকী আলোচনী প্ৰকাশ
30. ১৮৮৮ = অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন
31. ১৬৬২ = মীৰজুমলাৰ অসম আক্ৰমণ
32. ১৮৩৭ = অসমত বাংলা ভাষাৰ প্ৰচলন
33. ১৮৭৩ = বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ
প্ৰচলন
34. ১৯৬৯ = অসম কৃষি বিশ্ববিদ্যালয় গঠন
35. ১৯০৫ = অসম এছচিয়েচনৰ প্ৰথম অধিবেশন
36. ১৯৬৮ = শিলচৰ মেডিকেল কলেজ স্থাপন
37. ১৮৮৪ = যোৰহাট সাৰ্বজনিক সভা গঠন
38. ১৯৪৮ = গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা
39. ১৯০১ = কটন বিশ্ববিদ্যালয় প্রতিষ্ঠা
40. ১৯৩৫ = RBI প্রতিষ্ঠা
41. ৩৫০ = পুষ্য বৰ্মন কামৰূপৰ প্রথম ৰজা
42. ৫৯৪ = ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা
43. ১৯৪৭ = গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্রী
44. ৬২৯ = হিউ-য়েন-চাঙৰ অসম আগমন
45. ১২০৬ = মুছলমানৰ প্রথম অসম আক্রমণ
46. ১২৫৩ = চৰাইদেউত প্রথম আহোমৰ ৰাজধানী
47. ১৪৪০ = শেন বংশৰ প্রতিষ্ঠা
48. ১৪৪৯ = মহাপুৰুষ শংকৰদেৱৰ জন্ম
49. ১৫১৫ = কোচ ৰাজ্য প্ৰতিষ্ঠা
50. ১৫৩৯ = গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন
51. ১৭৬৯ = মোৱামৰীয়াৰ প্রথম বিদ্ৰোহ
52. ১৮১৫ = মানৰ প্রথম আক্রমণ
53. ১৮২৩ = অসমত চাহৰ আৱিষ্কাৰ
54. ১৮২৫ = অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ
55. ১৮২৬ = ইয়াণ্ডাবু সন্ধি
56. ১৮৩০ = পিয়লি ফুকনৰ ফাঁচী
57. ১৮৪৩ = শিৱসাগৰত প্রথম হাইস্কুল স্থাপন
58. ১৮৪৬ = অৰুণোদয় প্রকাশ
59. ১৮৫৮ = মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী
60. ১৮৬৫ = টেলিগ্রাফ আৰু টেলিফোন লাইন স্থাপন
61. ১৮৭১ = আসাম বিলাসিনী সংবাদপত্রৰ প্রকাশ
62. ১৮৭৪ = বংগৰ পৰা অসম পৃথক
63. ১৯০৫ = অসম এচ'চিয়েচনৰ জন্ম
64. ১৯১৭ = অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন
65. ১৯২১ = মহাত্মা গান্ধীৰ অসম ভ্ৰমণ
66. ১৯৪২ = কনকলতা শ্বহীদ হয়
67. ১৯৪৩ = কুশল কোঁৱৰৰ ফাঁচী
68. ১৯৭৪ =অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয়
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment