Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Important Questions for Assam Direct Recruitment - GK-20

 Important Questions for Assam Direct Recruitment  GK-20


1. বগীবিল দলংখন কোনে, কেতিয়া শুভাৰম্ভ কৰিছিল?

উত্তৰ : ২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।


2. ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি?

উত্তৰ : ভূপেন হাজৰিকা সেতু।


3. ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান?

উত্তৰ : ৬০ টন।


4.  ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে?

উত্তৰ : ধলা-শদিয়াক।


5. ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে?

উত্তৰ : ২০১৭ চনৰ ২৬ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।


6. কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠন কৰা হয়?

উত্তৰ : ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত।


7. অসমৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰ : ৭২.১৯ শতাংশ।


8. অসমৰ কোনখন জিলাত জনসংখ্যা বেছি?

উত্তৰ : নগাঁও।


9. অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি?

উত্তৰ : কামৰূপ।


10. অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি?

উত্তৰ : কামৰূপ মহানগৰ।


11. অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?

উত্তৰ : আৰ্য


 12. কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

উত্তৰ : ১৯৬০ চনত


13. সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা


14. বিহগী কবি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰঘুনাথ চৌধাৰীক।


15. প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায়?

উত্তৰ : এলাহাবাদ স্তম্ভত।


16. কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : বিশ্বসিংহ।


17. হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ : ৰঘুদেৱ নাৰায়ণে।


18. বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : মাধৱদেৱ।


19. কেতিয়া কনকলতা শ্বহীদ হৈছিল?

উত্তৰ : ভাৰত ত্যাগ আন্দোলনত।


20. কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল?

উত্তৰ : হৰ্ষবৰ্দ্ধন।

Comments