Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Most impotant question - Indian Constitution -ADR-2023- I
১। ভাৰতৰ সংবিধান সংশোধনী প্রক্রিয়াটো তলৰ কোনখন সংবিধানত পোৱা যায় ?
(ক) দক্ষিণ আফ্রিকাৰ সংবিধান।
(খ) ব্রিটিছ সংবিধান ।
(গ) আমেৰিকাৰ সংবিধান।
(ঘ) কানাডাৰ সংবিধান।
উত্তৰঃ (খ) ব্রিটিছ সংবিধান ।
২। তলৰ কোনটো উৎসৰ পৰা ভাৰতীয় সংবিধানলৈ সৰ্বাধিক তথ্য ধাৰ কৰা হৈছে?
(ক) ১৯৩৫ চনৰ ভাৰত শাসন আইন ।
(খ) আমেৰিকান সংবিধান ।
(গ) ব্রিটিছ সংবিধান।
(ঘ) আয়াৰলেণ্ড সংবিধান ।
উত্তৰঃ(ক) ১৯৩৫ চনৰ ভাৰত শাসন আইন ।
৩। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো।
(ক) সংবিধানৰ অংশ কিন্তু বৈধিক নহয়।
(খ) সংবিধানৰ অংশ নহয় আৰু বিচাৰযোগ্য নহয়।
(গ) সংবিধানৰ অংশ আৰু বিচাৰযোগ্য।
(ঘ) ওপৰৰ কোনোটোৱে নহয়।
উত্তৰঃ (খ) সংবিধানৰ অংশ নহয় আৰু বিচাৰযোগ্য নহয়।
৪। সংবিধান প্রণেতাসকলে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা’ পদ্ধতিটো ধাৰ কৰিছিল—
(ক) আমেৰিকাৰ পৰা
(খ) ব্রিটিছৰ পৰা
(গ) আয়াৰলেণ্ডৰ পৰা
(ঘ) ছুইজাৰলেণ্ডৰ পৰা
উত্তৰঃ (খ) ব্রিটিছৰ পৰা ।
৫। ভাৰতীয় সংবিধানখন হ’ল—
(ক) পৃথিৱীৰ ভিতৰত দীর্ঘতম সংবিধান
(খ) পৃথিৱীৰ ভিতৰত চুটি সংবিধান
(গ) পৃথিৱীৰ ভিতৰত কঠিন সংবিধান
(ঘ) পৃথিৱীৰ ভিতৰত নমনীয় সংবিধান
উত্তৰঃ (ক) পৃথিৱীৰ ভিতৰত দীর্ঘতম সংবিধান ।
৬। জৰুৰীকালীন সময়ত তলৰ কোনকেইটা শব্দ প্রস্তাৱনাত সোমাবলৈ প্ৰস্তাৱনাটো সংশোধন ঘটোৱা হৈছিল?
(ক) সমাজবাদী’ আৰু ধৰ্মনিৰপেক্ষ
(খ) ‘ধর্মনিৰপেক্ষ’আৰু গণতান্ত্রিক
(গ) সমাজবাদী আৰু ‘গণৰাজ্য”।
(ঘ) সার্বভৌম’আৰু‘গণতান্ত্রিক
উত্তৰঃ (ক) সমাজবাদী’ আৰু ধৰ্মনিৰপেক্ষ ।
৭। পোন প্রথমবাৰৰ বাবে সংবিধানৰ প্ৰস্তাৱনাটোৰ সংশোধনী ঘটোৱা হৈছিল—
(ক) ২৪ তম সংশোধনীৰ দ্বাৰা
(খ) ৪৪ তম সংশোধনীৰ দ্বাৰা
(গ) ৪২ তম সংশোধনীৰ দ্বাৰা
(ঘ) ৪১ তম সংশোধনীৰ দ্বাৰা
উত্তৰঃ (খ) ৪৪ তম সংশোধনীৰ দ্বাৰা ।
৮। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা মতে ভাৰতবর্ষ এখন।
(ক) সার্বভৌম,গণতান্ত্রিক গণৰাজ্য
(খ) সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য
(গ) সার্বভৌম, গণৰাজ্য
(ঘ) সার্বভৌম, সমাজবাদী গণতান্ত্রিক, গণৰাজ্য
উত্তৰঃ (খ) সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য ।
৯। মুছলীম লীগে সংবিধান সভা বর্জনৰ কাৰণ আছিল।
(ক) তেওঁলোকে সুকীয়া সংবিধান সভা বিচাৰিছিল।
(খ) সংবিধান সভাত তেওঁলোকে প্রয়োজনীয় প্রতিনিধিত্ব নোপোৱা বুলি অনুভৱ হৈছিল
(গ) তেওঁলোকে মহম্মদ আলী জিন্নাক সংবিধান সভাৰ স্থায়ী সভাপতি কৰিব বিচাৰিছিল
(ঘ) কংগ্ৰেছ দলৰ সদস্যই তেওঁলোকক দুর্ব্যৱহাৰ কৰিছিল।
উত্তৰঃ (ক) তেওঁলোকে সুকীয়া সংবিধান সভা বিচাৰিছিল।
১০। সংবিধান সভাই সংবিধানৰ বিভিন্ন দফাৰ চূড়ান্ত ৰূপ দিছিল
(ক) দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ যোগেদি
(খ) একক সংখ্যাগৰিষ্ঠতাৰ যোগেদি
(গ) সদস্যসকলৰ ঐক্যমতত
(ঘ) অন্য প্রকাৰে
উত্তৰঃ (গ) সদস্যসকলৰ ঐক্যমতত ।
১১। ভাৰতীয় সংবিধানখন
(ক) কঠিন।
(খ) নমনীয়।
(গ) আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন ।
(ঘ) ওপৰৰ কোনোটোৱেই নহয়।
উত্তৰঃ (গ) আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে কঠিন ।
১২। ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিবিষ্ট হৈছে
(ক) সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি।
(খ) সংবিধানৰ ২৪ তম সংশোধনী অনুসৰি
(গ) সংবিধানৰ ৬০ তম সংশোধনী অনুসৰি।
(ঘ) সংবিধানৰ ২৩ তম সংশোধনী অনুসৰি
উত্তৰঃ (ক) সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি।
১৩। ভাৰতীয় সংবিধানখন ভাগ কৰা হৈছে
(ক) ২২ টা অধ্যায়
(খ) ১৬ টা অধ্যায়
(গ) ২৪ টা অধ্যায়
(ঘ) ২৫ টা অধ্যায়
উত্তৰঃ (ক) ২২ টা অধ্যায় ।
১৪।ভাৰতীয় সংবিধানক ৩৭০ অনুচ্ছেদৰ লগত তলৰ কোনটো বিষয় সম্পর্কিত ?
(ক) ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা।
(খ) সংবিধান সংশোধনী প্রক্রিয়া।
(গ) জম্মু আৰু কাশ্মীৰলৈ বিশেষ মর্যাদা
(ঘ) সংখ্যালঘুৰ বাবে বিশেষ ব্যৱস্থা।
উত্তৰঃ (গ) জম্মু আৰু কাশ্মীৰলৈ বিশেষ মর্যাদা ।
১৫। তলৰ কোনটো অংশক ‘ভাৰতীয় সংবিধানৰ আত্মা’আখ্যা দিয়া হৈছে?
(ক) প্রস্তাৱনা।
(খ) ৰাষ্ট্র পৰিচালনাৰ নির্দেশক নীতি
(গ) মৌলিক অধিকাৰ,
(ঘ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ
উত্তৰঃ (ঘ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ ।
১৬। কেতিয়াৰ পৰা ভাৰতীয় সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় ?
(ক) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।
(খ)১৯৫০ চনৰ ২৬ জানুৱাৰী
(গ) ১৯৪৭ চনৰ ১৫ আগষ্ট
(ঘ) ১৯৪৭ চনৰ ৯ ডিচেম্বৰ
উত্তৰঃ (খ)১৯৫০ চনৰ ২৬ জানুৱাৰী ।
১৭। সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল?
(ক) ২ বছৰ ১১ মাহ ১৮ দিন
(খ) ৩ বছৰ ৭ মাহ
(গ) ১ বছৰ ১১ মাহ ২০ দিন
(ঘ) ২ বছৰ ১০ মাহ ২০দিন
উত্তৰঃ (ক) ২ বছৰ ১১ মাহ ১৮ দিন ।
১৮| সংবিধান ৰচনাৰ বিভিন্ন দিশ পর্যালোচনা কৰিবলৈ সংবিধান সভাই নিযুক্ত কৰা সমিতিৰ সংখ্যা আছিল—
(ক) ৫
(খ) ১১
(গ) ৮
(ঘ) ১৩
উত্তৰঃ (ঘ) ১৩
১৯। ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয়—
(ক) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত
(খ) ১৯৪৭ চনৰ ১৫ আগষ্টত।
(গ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত।
(ঘ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত
উত্তৰঃ (ক) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ।
২০। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল—
(ক)বি. আৰ আম্বেদকাৰ
(খ)কৃষ্ণস্বামী আয়াৰ।
(গ)জৱাহৰলাল নেহৰু
(ঘ) ডি.পি. খৈতান ।
উত্তৰঃ (ক)বি. আৰ আম্বেদকাৰ ।
২১। সংবিধান সভাৰ কোন স্থায়ী সভাপতি নির্বাচিত হৈছিল?
(ক)বি.আৰ. আম্বেদকাৰ
(খ) ড° ৰাজেন্দ্র প্রসাদ।
(গ) চৰ্দাৰ পেটেল ।
(ঘ) জৱাহৰলাল নেহৰু
উত্তৰঃ (খ) ড° ৰাজেন্দ্র প্রসাদ।
২২। সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ড৹ ৰাজেন্দ্র প্রসাদ। ইয়াৰ অস্থায়ী সভাপতিজন আছিল
(ক) এইছ.এন কানজুৰ
(খ) কে.এম মুঞ্চী।
(গ) এম.এম. মালভিয়া।
(ঘ) সচিদানন্দ সিংহ
উত্তৰঃ (ঘ) সচিদানন্দ সিংহ ।
২৩। সংবিধান সভাৰ প্রথম অধিৱেশন হৈছিল -
(ক) ২৬ নৱেম্বৰ, ১৯৪৬
(খ) ১৫ আগষ্ট, ১৯৪৭
(গ) ৯ ডিচেম্বৰ, ১৯৪৬
(ঘ) ২৬ জানুৱাৰী, ১৯৫০
উত্তৰঃ (গ) ৯ ডিচেম্বৰ, ১৯৪৬
২৪। তলৰ কোনটো আৰ্হিৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত এক-নাগৰিকত্ব ব্যৱস্থাৰ সূচনা কৰা হৈছে?
(ক) আমেৰিকান সংবিধান
(খ) কানাডাৰ সংবিধান
(গ) ব্রিটেইনৰ সংবিধান।
(ঘ) কানাডা আৰু ব্রিটেইনৰ সংবিধান ।
উত্তৰঃ (ঘ) কানাডা আৰু ব্রিটেইনৰ সংবিধান ।
25. তলৰ কোনটো বিদ্যালয় ব্যবস্থাপনাৰ সামগ্রীগত সম্পদ ?
(ক) বিদ্যালয় শৌচাগাৰ ।
(খ) বিদ্যালয়ৰ পুঁজি।
(গ) শিক্ষকৰ কৰ্ম আগ্রহ ।
(ঘ) শিক্ষক কর্ম-বােজা।
উত্তৰ: (ক) বিদ্যালয় শৌচাগাৰ ।
26. কোন জিলা শিক্ষা আৰু প্রশিক্ষণ প্রতিষ্ঠান (DIET) পতাৰ পৰামৰ্শ দিছিল?
(ক) ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
(খ) মুদালিয়াৰ আয়ােগ।
(গ) কোঠাৰী আয়োগ।
(ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
উত্তৰ:(ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
27. কাৰ পৰামর্শমতে ৰাষ্টীয় শিক্ষক শিক্ষা প্রতিষ্ঠান (NCTE) গঠন হৈছিল ?
(ক) কোঠাৰী আয়ােগ।
(খ) মুদালিয়াৰ আয়ােগ।
(গ) ১৯৯২ চনৰ নতুন শিক্ষানীতি
(ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
উত্তৰ: (ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
28. কাৰ পৰামর্শ মতে ৰাজ্যিক শিক্ষা প্রতিষ্ঠান (SIE) গঠন হৈছিল?
(ক) কোঠাৰী আয়ােগ
(খ) মুদালিয়াৰ আয়ােগ
(গ) ১৯৯২ চনৰ নতুন শিক্ষানীতি
(ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
উত্তৰ: (ঘ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি
29. অলপতে বিশ্ববেংক ৫০০ মিলিয়ন ডলাৰ ভাৰতক ধাৰ দিছিল। তলৰ কোনটোৰ বাবে দিছিল?
(ক) মধ্যাহ্ন ভােজন।
(খ) ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষ অভিযান।
(গ) গ্ৰন্থ ক্রয়।।
(ঘ) শিক্ষকৰ দৰমহা।
উত্তৰ: (খ) ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষ অভিযান।
30. তলৰ কোনটো আয়ােগে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত শিক্ষা বিষয়ত সহযােগিতা ৰক্ষাৰ বাবে সৰ্বভাৰতীয় শিক্ষা পৰিষদ গঠনৰ পৰামর্শ দিছিল?
(ক) কোঠাৰী আয়ােগ
(খ) মুদালিয়াৰ আয়ােগ।
(গ) ১৯৯২ চনৰ নতুন শিক্ষানীতি
(ঘ) তাৰাচান্দ কমিটি
উত্তৰ:(ঘ) তাৰাচান্দ কমিটি
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment