Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Which Diwas was Celebrated on Which Date total questions 40
কোন তাৰিখে কি দিৱস পালন কৰা হয়
1. বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 22 March
2. বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 21 March
3. বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 7 April
4. ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 28 February
5. বসুধা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 22 April
6. বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 11 July
7. ধপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 31 May
8. বিশ্ব পৰ্যটন দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 27 September
9. ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 8 October
10. বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 14 June
11. অসম দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 2 December
12. শিল্পী দিৱস কেতিয়া পালন কৰা হয়?
Ans : 17 January
13. গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়?
Ans : 26 January
14. বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়?
Ans : 16 February
15. নাৰী দিৱস কেতিয়া পালন কৰা হয়?
Ans : 8 March
16. শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 1 May
17. মাতৃ দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 5 May
18. বিশ্বৰ পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
Ans : 5 June
19. বিষ্ণুৰাভা দিৱস কেতিয়া পালন কৰা হয়?
Ans : 20 June
20. স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?
Ans : 15 August
21. শিক্ষক দিৱস কেতিয়া পালন কৰা হয়?
Ans : 5 September
22. পৰ্যটক দিৱস কেতিয়া পালন কৰা হয়?
Ans : 27 September
23. গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়?
Ans : 2 October
24. শিশু দিৱস কেতিয়া পালন কৰা হয়?
Ans : 14 November
25. লাচিত দিৱস কেতিয়া পালন কৰা হয়?
Ans : 2 December
26. প্ৰতিবন্ধী দিৱস কেতিয়া পালন কৰা হয়?
Ans : 3 December
27. মানৱ সম্পদ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?
Ans : 10 December
28. ৰাষ্ট্ৰীয় সংকল্প দিৱস কেতিয়া পালন কৰা হয়?
Ans : 31 December
29. ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 25 January
30. শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 30 January
31. বিশ্ব জলাশয় দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 2 February
32. বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 12 June
33. নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 18 July
34. ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 29 August
35. হিন্দী দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 14 September
36. ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 8 October
37. অসম ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 17 October
38. অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 26 December
39. কৃষক দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 23 December
40. নৌ সেনা দিৱস কেতিয়া পালন কৰা হয় ?
Ans : 4 December
- Get link
- X
- Other Apps
Comments
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Thank you 😊
ReplyDelete