Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2024 Important question GK - 1

 প্ৰশ্ন ১। বিশ্বৰ সৰ্ববৃহৎ মহাদেশ খনৰ নাম কি? 

 উত্তৰ:- এছিয়া মহাদেশ।


প্ৰশ্ন ২। বিশ্বৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম কি?

উত্তৰ:- অষ্ট্ৰেলিয়া মহাদেশ।


প্ৰশ্ন ৩। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ।


প্ৰশ্ন ৪। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি?

উত্তৰ:- আটলাণ্টিক মহাসাগৰ।


প্ৰশ্ন ৫। বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ কোন খন?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ।


প্ৰশ্ন ৬। বিশ্বৰ সৰ্ববৃহৎ সাগৰ কোন খন?

উত্তৰ:- দক্ষিণ চীন সাগৰ।


প্ৰশ্ন ৭। বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম কি?

উত্তৰ:- মেক্সিকো উপসাগৰ।


প্ৰশ্ন ৮। বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি?

উত্তৰ:- গ্ৰীণলেণ্ড।


প্ৰশ্ন ৯। বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ কোনটো?

উত্তৰ:- ইণ্ডোনেছিয়া।


প্ৰশ্ন ১০। পৃথিৱীৰ আটাইতকৈ দীঘল 

নদীখনৰ নাম কি?

উত্তৰ:- নীল নদী।


প্ৰশ্ন ১১। বিশ্বৰ সৰ্ববৃহৎ নিষ্কাশন ক্ষেত্ৰ নদী কোনখন?

উত্তৰ:- আমাজন নদী।


প্ৰশ্ন ১২। বিশ্বৰ সৰ্ববৃহৎ উপনদী খনৰ নাম কি?

উত্তৰ:- মেডিৰা।


প্ৰশ্ন ১৩। বিশ্বৰ ব্যস্ততম বাণিজ্য নদী কোনখন?

উত্তৰ:- ৰাইন নদী।


প্ৰশ্ন ১৪। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো?

উত্তৰ:- মাজুলী।


প্ৰশ্ন ১৫। বিশ্বৰ সৰ্ববৃহৎ দেশ খনৰ নাম কি?

উত্তৰ:- ৰাছিয়া।


প্ৰশ্ন ১৬। বিশ্বৰ আটাইতকৈ সৰু দেশ খনৰ নাম কি?

উত্তৰ:- ভেটিকান চিটি।


প্ৰশ্ন ১৭। বিশ্বৰ সৰ্বাধিক সংখ্যক ভোটাৰ থকা দেশ কোনখন?

উত্তৰ:- ভাৰত।


প্ৰশ্ন ১৮। বিশ্বৰ আটাইতকৈ দীঘল সীমান্ত ৰেখা থকা দেশ কোনখন?

উত্তৰ:- কানাডা।


প্ৰশ্ন ১৯। বিশ্বৰ সৰ্বোচ্চ সীমান্ত ৰেখা থকা দেশ খনৰ নাম কি?

উত্তৰ:- চীন।


প্ৰশ্ন ২০। বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোন খন?

উত্তৰ:- চাহাৰা মৰুভূমি।

Comments