Skip to main content

Featured

Assam Direct Recruitment - 2024 Important question in India -2.3

 ১)বৰ্মন বংশৰ কোনগৰাকী ৰাজকুৱঁৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল? A. ৰাজ্যমতী B. ভানুমতী C. অমৃতপ্ৰভা D. ইন্দুমতী ANS: অমৃতপ্ৰভা ২)বৰ্মন বংশৰ শ্ৰেষ্ট ৰজাজন কোন আছিল? A. নৰনাৰায়ণ B. ৰুদ্ৰসিংহ C. শিৱসিংহ D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৩)কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? A. চুকাফা B. শিৱসিংহ C. চুহুংমুহুং D. কুমাৰ ভাস্কৰ বৰ্মন ANS: কুমাৰ ভাস্কৰ বৰ্মন ৪)প্ৰাচীন অসমৰ প্ৰথম ‘বংশ’ হিচাপে কাক জনা যায়? A. বৰ্মন বংশ B. আহোম বংশ C. বড়ো বংশ D. ৰাভা বংশ ANS: বৰ্মন বংশ ৫)কামৰূপত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? A. পুষ্য বৰ্মণ B. সমুদ্ৰ বৰ্মণ C. বলবৰ্মণ D. ভাস্কৰ বৰ্মণ ANS: পুষ্য বৰ্মণ ৬)কামৰূপ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল? A. শশাংক B. হংসবেগ C. গ্ৰহবৰ্মণ D. দেৱগুপ্ত ANS: হংসবেগ ৭)গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল? A. প্ৰাগজৌতিষপুৰ B. কামৰূপ নগৰ C. কৰ্ণসুবৰ্ণ D. কমতাপুৰ ANS: কৰ্ণসুবৰ্ণ

Assam Direct Recruitment - 2024 Important question in Assam-2

1. অসম আন্দোলন কেতিয়া সংঘটিত হৈছিল ?
 উত্তৰ : ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৷

2. অসম আন্দোলনৰ উদ্দেশ্য কি আছিল ?
উত্তৰ : অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে ৷

3. অসম আন্দোলন কাৰ নেতৃত্বত কাৰ হৈছিল?
উত্তৰ : সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৷

4. অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
উত্তৰ :  খৰ্গেশ্বৰ তালুকদাৰ ৷

5. অসম আন্দোলনত কিমানজন লোক শ্বহীদ হৈছিল ?
উত্তৰ : ৮৫৫ জন ।

6. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰ : ১৯৮৫ চনৰ ১৫ আগষ্টত।

7. অসম চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?
উত্তৰ : অসম আন্দোলনৰ নেতা আৰু ভাৰত চৰকাৰ মাজত ।

8. অসম আন্দোলনৰ ফলাফল কি আছিল ?
উত্তৰ : অসম আন্দোলনৰ পৰিসমাপ্তি ৷

9. নেলীৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৯৮৩ চনত ১৮ ফেব্ৰুৱাৰীত।

10. অসম গণ পৰিষদ দল কেতিয়া গঠন হৈছিল ?
উত্তৰ : ১৯৮৫ চনত ।

11. অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ?
উত্তৰ : প্ৰফুল্ল কুমাৰ মহন্ত ।

12. অসম গণ পৰিষদদে কেতিয়া প্ৰথম চৰকাৰ গঠন কৰে ?
উত্তৰ : ১৯৮৫ 

13. অসম গণ পৰিষদ (প্ৰগতিশীল) কেতিয়া কোনে গঠন কৰে ?
উত্তৰ : ২০০৬ চনত প্ৰফুল্ল কুমাৰ মহন্তই ৷

14. কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?
উত্তৰ : ১৯৭৩ চনত।

Comments