Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in Assam
(১) লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
উত্তৰ : ১৪ জন।
(২) অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
উত্তৰ : ৭ জন।
(৩) অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
উত্তৰ : ১২৬ খন।
(৪) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
(৫) অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
(৬) স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?
উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।
(৭) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।
(৮) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
(৯) অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ ১২ ডিচেম্বৰ পৰা ১৯৮০ চনৰ ৫ ডিচেম্বৰলৈ ।
(১০) অসমত ৰাষ্ট্ৰপতি শাসন দ্বিতীয়বাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৮১চনৰ ৩০জুনৰ পৰা ১৯৮২চনৰ ১৩ জানুৱাৰীলৈকে মুঠ ১৯৭দিন ৷
(১১) অসমত ৰাষ্ট্ৰপতি শাসন তৃতীয়বাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল ?
উত্তৰ : ১৯৮২চনৰ ১৭ মাৰ্চৰ পৰা ১৯৮৩চনৰ ২৭ ফেব্ৰুৱাৰীলৈকে মুঠ ৩৪৫দিন ৷
(১২) অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ : আকবৰ হাইদৰী।
(১৩) অসমত কিমান চনত ভাষা আন্দোলন হৈছিল?
উত্তৰ : ১৯৬০ চনত।
(১৪) ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
উত্তৰ : ৰঞ্জিত বৰপূজাৰী৷
(১৫) অসমীয়া ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে ?
উত্তৰ : ১৯৬০ চনত ৷
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment