Search This Blog
2024 ত হ'বলগীয়া যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ পাব আমাৰ এইটো website ত। দৈনিক নতুন নতুন প্ৰশ্নৰ উত্তৰ দিয়া হয়। লগতে আমাৰ website টো follow কৰাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো share কৰক যাতে তেওঁলোকেও পঢ়িব পাৰে। ধন্যবাদ
Featured
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.2
1. অসমত বন গৱেষণা কেন্দ্ৰ ক’ত আছে ?
উত্তৰ: যোৰহাটত আছে ।
2. কোনখন মহাসাগৰত’ বাৰ্মুদ্ৰা ত্ৰিভূজ’ অৱস্থিত ?
উত্তৰ: ভাৰত মহাসাগৰ
3. হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
উত্তৰ: ৬৪০ খ্ৰীষ্টাব্দত
4. ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
উত্তৰ: কলিকতাত
5. মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?
উত্তৰ: কৌবাং
6. প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰ: ১১৯১ চনত
7. ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা
8. ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।
9. বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
উত্তৰ: চীন
10. অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
উত্তৰ: ৪ টা ভাগত
11. গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
উত্তৰ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে
12. আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
উত্তৰ: ডাবলিন
- Get link
- X
- Other Apps
Popular Posts
Assam Direct Recruitment - 2024 Important question G.K -2 Assam
- Get link
- X
- Other Apps
Assam Direct Recruitment - 2024 Important question in India -2.3
- Get link
- X
- Other Apps
Comments
Post a Comment